ETV Bharat / state

হোটেলত কৰ্মৰত যুৱতীৰে মালিকৰ অবৈধ সম্পৰ্ক !

author img

By

Published : Apr 12, 2021, 5:24 PM IST

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শৰীয়তপুৰস্থিত ভাই ভাই হোটেলৰ মালিকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ হোটেল খনত কৰ্মৰত এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিনৰ পৰা অবৈধ সম্পৰ্ক বৰ্তাই ৰখাৰ অভিযোগ উত্থাপন হৈছে মালিকৰ বিৰুদ্ধে ৷

হোটেলত কৰ্মৰত যুৱতীৰে মালিকৰ অবৈধ সম্পৰ্ক !
হোটেলত কৰ্মৰত যুৱতীৰে মালিকৰ অবৈধ সম্পৰ্ক !

জনীয়া,12 এপ্ৰিল: কলগাছিয়াৰ ভাই ভাই হোটেলত দেওবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শৰীয়তপুৰস্থিত ভাই ভাই হোটেলৰ মালিকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ হোটেলত খনত কৰ্মৰত এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিনৰ পৰা অবৈধ সম্পৰ্ক বৰ্তাই ৰখাৰ অভিযোগ উত্থাপন হৈছে মালিকৰ বিৰুদ্ধে ৷

হোটেলত কৰ্মৰত যুৱতীৰে মালিকৰ অবৈধ সম্পৰ্ক !

ঘটনা অনুসৰি, হোটেলৰ মালিক আশ্ৰাফুল ইছলাম আৰু যুৱতী গৰাকীৰ মাজত বিগত ডেৰমাহ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক ৷ শনিবাৰে যুৱতী গৰাকীৰ সৈতে এক সংগীত অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত অসংযত অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পাছতে দুয়োকে আবদ্ধ কৰি গতাই দিলে বালিকুৰী আৰক্ষীক ৷

লগতে পঢ়ক: আব্দুল ফাৰুকে কিয় প্ৰহাৰ কৰিলে চুলতান আলীৰ কিশোৰী কন্যাক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.