ETV Bharat / state

মুছলপুৰত বিপিএফৰ স্বচ্ছ ভাৰত অভিযান

author img

By

Published : Oct 18, 2020, 4:54 PM IST

মুছলপুৰত বিপিএফ প্ৰাইমাৰীৰ চাফাই অভিযান । কাৰ্যসূচীত মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা প্ৰাক্তন ই এম অনচুমৈ খুংগুৰ বড়োই অংশগ্ৰহণ কৰে ৷

swachh bharat abhiyan by BPF in Baksa
মুছলপুৰত বিপিএফৰ স্বচ্ছ ভাৰত অভিযান

বৰমা,18 অক্টোবৰ : বিপিএফ কাৰ্যনিৰ্বাহকৰ নিৰ্দেশমৰ্মে দেওবাৰে বাক্সা জিলাৰ মুছলপুৰত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৷ কাৰ্যসূচী উদ্বোধন কৰে মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা প্ৰাক্তন ই এম অনচুমৈ খুংগুৰ বড়োই ।

এই চাফাই অভিযানত মুছলপুৰ সমষ্টিৰ বিভিন্ন অঞ্চল সাঙুৰি ল’ব বুলি প্ৰাৰ্থীগৰাকীয়ে জানিবলৈ দিয়ে ৷ প্ৰাৰ্থীগৰাকীৰ সৈতে হাতত ঝাৰু লৈ অঞ্চলটোৰ প্ৰায় শতাধিক মহিলাই এই চাফাই অভিযানত অংশগ্ৰহণ কৰে ৷

মুছলপুৰত বিপিএফৰ স্বচ্ছ ভাৰত অভিযান

লগতে পঢ়ক : পূৰ্বৰ দৰে মৃৎশিল্পীৰ মাজত নাই পূজাৰ উচাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.