ETV Bharat / state

সৰভোগৰ বিজেপি প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Mar 18, 2021, 7:40 PM IST

সৰভোগ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ মনোনয়ন পত্ৰ দাখিল
সৰভোগ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ মনোনয়ন পত্ৰ দাখিল

বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে সৰভোগ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসে । মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে ।

বৰপেটা,১৮ মাৰ্চ: বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে সৰভোগ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসে । মনোনয়ন পত্ৰ দাখিল কৰি সমষ্টিটোত নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ।

সৰভোগ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ মনোনয়ন পত্ৰ দাখিল
সৰভোগ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ মনোনয়ন পত্ৰ দাখিল

আনহাতে, শংকৰ চন্দ্ৰ দাসক মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস, বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাসে । লগতে দলৰ কেইবাগৰাকীও নেতা আৰু কৰ্মকৰ্তা উপস্থিত থাকে ।

লগতে পঢ়ক: নিৰ্বাচন বর্জনৰ সিদ্ধান্ত চৰাইদেউৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.