ETV Bharat / state

পাঠশালাৰ কহিনুৰ থিয়েটাৰত অঘটন!

author img

By

Published : Aug 27, 2019, 12:06 PM IST

নাটকৰ আখৰা প্ৰস্তুতিৰ মাজতে বিদ্যুৎপৃষ্ট হৈ এজন পোহৰ শিল্পীৰ মৃত্যু হয়৷ প্ৰস্তুতিৰ মাজতে বিদ্যুৎপৃষ্ট হৈ এজন পোহৰ শিল্পীৰ মৃত্যু হয়৷

পাঠশালাৰ কহিনুৰ থিয়েটাৰত অঘটন!

পাঠশালা, 27 আগষ্টঃ সোমবাৰে নিশা পাঠশালাৰ কহিনুৰ থিয়েটাৰত অঘটন ৷ নাটকৰ আখৰা প্ৰস্তুতিৰ মাজতে বিদ্যুৎপৃষ্ঠ হৈ এজন পোহৰ শিল্পীৰ মৃত্যু ৷

মৃত শিল্পী গৰাকীৰ নাম দেবেন ৰয় ৷শিল্পী গৰাকীৰ ঘৰ বজালীৰ ভোটান্ত মহীতৰাত বুলি জানিব পৰা গৈছে ৷ বিগত 32 বছৰ তেওঁ ভ্ৰাম্যমান থিয়েটাৰত পোহৰ শিল্পী হিচাপে কৰ্মৰত আছিল ৷ প্ৰযোজক তপন লহকৰে দেবেন ৰয়ক চিকিৎসালয়লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ প্ৰথম দৰ্শনী সমাপ্ত হোৱাৰ পিচত নাটকৰ বাবে কাৰিকৰী চমক সৃষ্টিৰ বাবে কাম কৰা ক্ষণতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

পাঠশালাৰ কহিনুৰ থিয়েটাৰত অঘটন!
Intro:Pathsala Kohinoor theatre

পাঠশালাত কহিনুৰ থিয়েটাৰত অঘটন ll
Body:Pathsala Kohinoor theatre


পাঠশালা,২৭ আগষ্ট: নিশা নাটকৰ আখৰা প্ৰস্তুতিৰ মাজতে বিদ্যুৎপৃষ্ঠ হৈ এজন পোঁহৰ শিল্পীৰ মৃত্যু ll


মৃত শিল্পী গৰাকীৰ নাম দেবেন ৰয় ll

শিল্পী গৰাকীৰ ঘৰ বজালী ৰ ভোটান্ত মহীতৰাত ll

বিগত 32 বছৰ তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ অাৰু বহু বছৰ কহিনুৰ ত একেৰাহে পোহৰ শিল্পী হিচাপে কৰ্মৰত আছিল ll

প্ৰযোজক তপন লহকৰে মেডিকেল লৈ আনে যদিও চিকিতসকে তেওঁক মৃত ঘোষণা কৰে ll

প্ৰথম দৰ্শনী সমাপ্ত হোৱাৰ পিছত নাটকৰ বাবে কাৰিকৰী চমক সৃষ্টি ৰ বাবে কাম কৰা ক্ষণতে সংঘটিত হয় দুৰ্ঘটনাটো ll

শোকাৱহ ঘটনাৰ পিছতে কহিনুৰ পৰিয়ালৰ শিল্পী সকল গোটেই নিশা উপস্থিত থাকে চিকিৎসালয়ত মৃতদেহৰ ওচৰত llConclusion:বাইট-১
ভিডিঅ'-২
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.