ETV Bharat / state

বৰপেটাত 12 বছৰীয়া কিশোৰী ধৰ্ষণৰ অপচেষ্টা মিস্ত্ৰীৰ

author img

By

Published : May 25, 2019, 9:29 PM IST

ঘৰত পিতৃ মাতৃ নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক যৌন আতিশয্য চলোৱাৰ লগতে ধৰ্ষণৰ চেষ্টা অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ কামত জৰিত এটা মিস্ত্ৰী আৰু যোগালিৰ ৷ বৰপেটা চহৰৰ ১ নং দক্ষিণহাটীৰ এঘৰ লোকৰ অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণত জড়িত আছিল দুই অভিযুক্ত জিয়াউৰ ৰহমান আৰু ফুলচান আলী ৷

বৰপেটাত 12 বছৰীয়া কিশোৰী ধৰ্ষণৰ অপচেষ্টা মিস্ত্ৰীৰ

বৰপেটাত 12 বছৰীয়া কিশোৰী ধৰ্ষণৰ অপচেষ্টা মিস্ত্ৰীৰ

বৰপেটা ২৫ মে: বৰপেটাত অঘটন ৷ বৰপেটা চহৰত ১২ বছৰীয়া এগৰাকী কিশোৰীক ঘৰৰ ভিতৰতেই বলাৎকাৰৰ অপচেষ্টা ৷ ঘৰত পিতৃ মাতৃ নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক যৌন আতিশয্য চলোৱাৰ লগতে ধৰ্ষণৰ চেষ্টা অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ কামত জড়িত এটা মিস্ত্ৰী আৰু জোগালীৰ ৷ বৰপেটা চহৰৰ ১ নং দক্ষিণহাটীৰ এঘৰ লোকৰ ঘৰত অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণত জড়িত আছিল দুই অভিযুক্ত জিয়াউৰ ৰহমান আৰু ফুলচান আলী ৷ ঘৰত পিতৃ মাতৃ নথকাৰ সুযোগ লৈ যৌন আতিশায্য চলোৱাৰ লগতে বলাৎকাৰৰ চেষ্টা চলোৱাৰ অভিযোগ 12 বছৰীয়া কিশোৰী গৰাকীক ৷ কিশোৰীগৰাকীৰ চিঞৰ-বাখৰ শুনি ওচৰ চুবুৰীয়া লোকসকল দৌৰি আহি উদ্ধাৰ কৰে ভুক্তভোগীক ৷ তাৰ পাচতে ৰাইজৰ গণপ্ৰহাৰৰ সন্মুখীন হয় জিয়াউৰ ৰহমান আৰু ফুলচান আলী ৷ জিয়াউৰ ৰহমানৰ ঘৰ দনাকুছিত আৰু ফুলচান আলীৰ ঘৰ ভেল্লাত ৷ আনহাতে, গণ প্ৰহাৰত আহত হোৱা ধৃত দুই অভিযুক্তক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায় যদিও পাচত নিৰাপত্তাজনিত কাৰণ আৰু উন্নত চিকিৎসাৰ বাবে জিএমছিএইছলৈ প্ৰেৰণ কৰে ৷

Slug: as_bar_25may_attemp_to_rap_vis+bite+photo_7203841

বৰপেটাত অঘটন ৷

বৰপেটা চহৰত ১২ বছৰীয়া এগৰাকী কিশোৰীক ঘৰৰ ভিতৰতেই বলাৎকাৰৰ অপচেষ্টা ৷

বৰপেটা ২৫ মে: ঘৰত পিতৃ মাতৃ নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক যৌন আতিশয্য চলোৱাৰ লগতে ধৰ্ষনৰ চেষ্টা অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ কামত জড়িত এটা মিস্ত্ৰী আৰু যোগালীৰ ৷

বৰপেটা চহৰৰ ১ নং দক্ষিণহাটীৰ এঘৰ লোকৰ ঘৰত অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণত জড়িত আছিল দুই পাষণ্ড ৷

ঘৰত পিতৃ মাতৃ নথকাৰ সুযোগ লৈ দুই পাষণ্ডই যৌন আতিশায্য চলোৱাৰ লগতে বলাৎকাৰৰ চেষ্টা কৰিছিল ১৩ বছৰীয়া কিশোৰী গৰাকীক ৷

কিশোৰীগৰাকীৰ চিঞৰ-বাখৰ শুনি ওচৰ চুবুৰীয়া লোকসকল দৌৰি আহি উদ্ধাৰ কৰে কিশোৰীগৰাকীক ৷

ৰাইজৰ গণপ্ৰহাৰৰ সন্মুখীন দুই পাষণ্ড ৷

পিচত বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰে দুই পাষণ্ডক ৷

ধৃত দুই পাষণ্ডৰ নাম জিয়াউৰ ৰহমান আৰু ফুলচান আলী ৷

জিয়াউৰ ৰহমানৰ ঘৰ দনাকুছিত 
আৰু ফুলচান আলীৰ ঘৰ ভেল্লাত ৷

ধৃত দুই পাষণ্ডক পিচত বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি ৷

নিৰাপত্তাজনিত কাৰণ আৰু উন্নত চিকিৎসাৰ বাবে আহত দুই পাষণ্ডক জিএমছিএইছলৈ প্ৰেৰণ ৷ 

এই ঘটনাক লৈ বৰপেটা চহৰত সৃষ্টি হৈছে তুমুল চাঞ্চল্য ৷
বাইট: স্থানীয় লোক
--- বাপকন দাস, বৰপেটা  ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.