ETV Bharat / state

বজালীত পুখুৰীত পৰি সন্ধানহীন এজন লোক

author img

By

Published : Nov 16, 2020, 8:40 AM IST

ৰাজেন দাস নামৰ এজন লোক দেওবাৰে এটা পুখুৰীত পৰি নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বন্ধসিধনী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পুখুৰীত দুপৰীয়া ভাগত সংঘটিত হয় এই অঘটন ৷

labour missing at pathsala
পুখুৰীত পৰি সন্ধানহীন বজালীৰ যুৱক

পাঠশালা, 16 নবেম্বৰঃ বজালীৰ দৈশিংগৰীৰ নিবাসী ৰাজেন দাস নামৰ এজন লোক দেওবাৰে এটা পুখুৰীত পৰি নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বন্ধসিধনী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পুখুৰীত পৰি দুপৰীয়া ভাগত সংঘটিত হয় এই অঘটন ৷ ইয়াৰ পিচতে স্থানীয় লোকে বজালীৰ আৰক্ষীক খবৰ দিয়ে ৷

বাতৰি সংগ্ৰহ কৰা সময়লৈকে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, এচ ডি আৰ এফ উপস্থিত হৈ শ্ৰমিক গৰাকীৰ সন্ধান কাৰ্য় অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে, পঞ্চায়তৰ চৌহদতে শৌচাগাৰ নিৰ্মাণৰ কামত ব্যস্ত আছিল শ্ৰমিক গৰাকী ৷

লগতে পঢ়কঃবিবাহৰ পূৰ্বে 14 বছৰীয়া কিশোৰীক উদ্ধাৰ হোজাই চাইল্ড লাইন কৰ্তৃপক্ষ‌ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.