ETV Bharat / state

Drugs peddler arrested: বৰপেটাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Nov 2, 2022, 7:04 AM IST

Updated : Nov 2, 2022, 8:05 AM IST

Drugs peddler arrested with Drugs in Barpeta
বৰপেটাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান ৷ অভিযান কালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী (Drugs peddler arrested) ৷ জব্দ ২৮ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ (Drugs seized in Barpeta) ৷

  • ড্ৰাগছৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান
  • অভিযান কালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী(Drugs peddler arrested)
  • জব্দ ২৮ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ (Drugs seized in Barpeta)
  • কয়াকুছিৰ ২ নং ভকুৱামাৰী গাঁৱৰ ছাহজামাল ইছলাম নামৰ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ
  • বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত মঙলবাৰে বিয়লি চলিছিল এই অভিযান
  • অধিক তথ্যৰ বাবে ধৃত ছাহজামালক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
    বৰপেটাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী
Last Updated :Nov 2, 2022, 8:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.