ETV Bharat / state

বৰপেটা-গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Sep 24, 2019, 3:00 PM IST

বৰপেটা-গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত

বৰপেটাৰ বাৰাদিত বৰপেটাৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত ৷ এখন বাইকক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয় বাছখন ৷ দুৰ্ঘটনাটোত ১৬ জন যাত্ৰী আঘাতপ্ৰাপ্ত ৷ পথৰ কাষত লুটি খাই পৰে বাছখন ৷

বৰপেটা ২৪ ছেপ্টেম্বৰঃ

  • বৰপেটাৰ বাৰাদিত পথ দুৰ্ঘটনা
  • বৰপেটাৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত
  • এখন বাইকক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয় বাছখন
  • এই দুৰ্ঘটনাৰ ফলত পথৰ কাষত লুটি খাই পৰে বাছখন
  • দুৰ্ঘটনাটোত ১৬ জন যাত্ৰী আঘাতপ্ৰাপ্ত হয়
  • গুৰুতৰ ভাৱে আহত হয় তিনিজন যাত্ৰী
  • আহত আটাইকেইজনক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি
  • গুৰুতৰভাৱে আহত বহৰিৰ হাবি ৰাধাকুছি গাৱৰ চাহেৰা বেগম,বৰপেটা ভকতপাৰাৰ অঞ্জু দাস আৰু দক্ষিণ চাপৰা গাৱৰ ৰেহেনা খাতুন
    বৰপেটা-গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত
Intro:
বৰপেটা ২৪ ছেপ্তেম্বৰ: বৰপেটাৰ বাৰাদিত পথ দূৰ্ঘটনা ৷
বৰপেটা পৰা গুৱাহাটী অভিমূখী যাত্ৰীবাহী বাছ দূৰ্ঘটনাগ্ৰস্ত ৷৷

বাইক এখনক বচাৱলৈ গৈ দূৰ্ঘটনাত পতিত ৷

পথৰ কাষতেই লুটি খাই পৰে বাচখন ৷

Body:দূৰ্ঘটনাটোত ১৬ জন যাত্ৰী আঘাতপ্ৰাপ্ত ৷

গুৰুতৰ ভাৱে আহত তিনিদন যাত্ৰী ৷

আহত আটাইকেইজন লোককে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি ৷

গুৰুতৰভাৱে আহত বহৰিৰ হাবি ৰাধাকুছি গাৱৰ চাহেৰা বেগম, বৰপেটা ভকতপাৰাৰ অঞ্জু দাস আৰু দক্ষিন চাপৰা গাৱৰ ৰেহেনা খাতুন ৷ Conclusion:বাইট: গাড়ী চালক. --- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.