ETV Bharat / state

জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত মাদ্ৰাছাত চলিল বৰপেটা জিলা প্ৰশাসনৰ বুলডোজাৰ

author img

By

Published : Aug 29, 2022, 9:38 AM IST

Updated : Aug 29, 2022, 11:09 AM IST

Slug as_bar_01_29aug_eviction_on_jehadi_madrasa_vis_as10038
জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত মাদ্ৰাছাত চলিল বৰপেটা জিলা প্ৰশাসনৰ বুলডোজাৰ

বৰপেটাত উচ্ছেদ অভিযান ৷ জেহাদী কাৰ্যকলাপৰ সৈতে নাম সাঙোৰ খোৱা মাদ্ৰাছাত চলিল বৰপেটা জিলা প্ৰশাসনৰ বুলডোজাৰ (Eviction drive in Jehadi Madrasa) ৷ ঢাকালীয়াপাৰাৰ শ্বাইখুল হিন্দ মাহমুদুল হাচান জামিউল হুদা ইছলামিক একাডেমী মাদ্ৰাছাত চলিল এই উচ্ছেদ অভিযান ৷ মাদ্ৰাছখনত ২০১৯ চনৰ পৰা অল কায়দাৰ জেহাদী মহম্মদ সুমনে শিক্ষকৰূপে বাহৰ পাতি চলাই গৈছিল জেহাদী কাৰ্যকলাপ ৷ মহম্মদ সুমনৰ তত্বাৱধানত জেহাদী কাৰ্যকলাপৰ অভিকেন্দ্ৰ হৈ পৰিছিল এই মাদ্ৰাছাখন ৷

  • বৰপেটাত উচ্ছেদ অভিযান (Eviction drive in Jehadi madrasa)
  • জেহাদী কাৰ্যকলাপৰ সৈতে নাম সাঙোৰ খোৱা মাদ্ৰাছাত চলিল বৰপেটা জিলা প্ৰশাসনৰ বুলডোজাৰ
  • ঢাকালীয়াপাৰাৰ শ্বাইখুল হিন্দ মাহমুদুল হাচান জামিউল হুদা ইছলামিক একাডেমী মাদ্ৰাছাত চলিল এই উচ্ছেদ অভিযান
  • মাদ্ৰাছখনতে ২০১৯ চনৰ পৰা অল কায়দাৰ জেহাদী মহম্মদ সুমনে শিক্ষকৰূপে বাহৰ পাতি চলাই গৈছিল জেহাদী কাৰ্যকলাপ
  • মহম্মদ সুমনৰ তত্বাৱধানত জেহাদী কাৰ্যকলাপৰ অভিকেন্দ্ৰ হৈ পৰিছিল এই মাদ্ৰাছাখন
  • জেহাদী মহম্মদ সুমন আৰক্ষীৰ জালত পৰাৰ পিছত পোহৰলৈ আহিছিল এই ভয়ংকৰ তথ্য
  • অৱশেষত আজি বৰপেটা জিলা প্ৰশাসনে বুলডোজাৰ চলাই উচ্ছেদ কৰে মাদ্ৰাছাখন
    জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত মাদ্ৰাছাত চলিল বৰপেটা জিলা প্ৰশাসনৰ বুলডোজাৰ
Last Updated :Aug 29, 2022, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.