ETV Bharat / state

বাক্সাৰ তামুলপুৰত পথ দুৰ্ঘটনা : নিহত এজন

author img

By

Published : Sep 1, 2019, 9:59 AM IST

বাক্সাৰ তামুলপুৰত পথ দুৰ্ঘটনাত নিহত এজন

ৰঙিয়া-ভূটান অভিমুখী তীব্ৰবেগী মালবাহী ট্ৰাকৰ খুন্দাত নিহত লোকজন

বাক্সা, ছেপ্তেম্বৰ 1 :

বাক্সা জিলাৰ তামুলপুৰৰ মটঙাচকত দেওবাৰে পুৱা সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত এজন

নিহত লোকজন বাৰেইগাঁৱৰ নিবাসী গুলজাৰী লাল পাঠক

বাক্সাৰ তামুলপুৰত পথ দুৰ্ঘটনাত নিহত এজন

পুৱা প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো

ৰঙিয়া-ভূটান অভিমুখী তীব্ৰবেগী মালবাহী ট্ৰাকৰ খুন্দাত নিহত লোকজন

দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ভূটান অভিমুখে পলায়ন কৰে ট্ৰাকখন

পাচত কুমাৰীকাটাত আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে

জব্দকৃত ট্ৰাকখনৰ নম্বৰ এন এল 01-কে -0002

Intro:বাক্সাৰ তামুলপুৰত পথ দুৰ্ঘটনাত নিহত এজন ।




Body:
বাক্সাৰ তামুলপুৰ মহকুমা সদৰস্থ মটঙাচকত আজি এক শোকাবহ পথ দুৰ্ঘটনা সলঘটিত হয় ৷ফলত বাৰেইগাৱ নিবাসী গুলজাৰী লাল পাঠক (৫২) নামৰ এগৰকাী লোক থিতাতে নিহত হয় ৷ জানিব পৰা মতে মৃত পাঠকে আজি ৰাতিপুৱা ১২৭ নং-( ডি) ৰঙিয়া ভূটান ৰাষ্ট্ৰীয় ঘাই পথৰে ৰাতিপুৱা প্ৰাত্য ভ্ৰমণ লৈ আছিল ৷ তেনেতে (১২৭ ডি) ৰঙিয়া - ভূটান অভিমুখী মালবাহী তীব্ৰবেগী ট্ৰাকে এখনে পথচোৱাৰ মটঙা নদীৰ পকী দলংৰ ওপৰত পিছফালৰ পৰা খুন্দিয়ায় ভূটান অভিমুখে পলায়ন কৰে ৷
ফলত থিতাতে নিহত হয় তামুলপুৰ বাৰেপগাৱঁ নিবাসী গুলজাৰী লাল পাঠক (৫২) ৷
মৃত গুলজাৰীলাল পাঠক এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ আছিল ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ এন এল ০১-কে -০০০২ ৷ ইপিনে ঘটনাৰ খবৰ পাই তামুলপুৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ
মৃতদেহটো উদ্ধাৰ কৰি থানালৈ আনি বিহিত ব্যৱস্থা হাতত লয় ৷
Conclusion:আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন কুমাৰীকাটাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ শোকাবহ পথ দুৰ্ঘটনাৰ ফলত নিহত হোৱা গুলজাৰী লাল পাঠকৰ মৃত্যুৰ খবৰে তামুলপুৰত শোকৰ ছাঁ বিৰাজ কৰিছে ৷

বাইট== স্থানীয় লোক /যুৱক ৷

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.