ETV Bharat / state

বৰমাত অনুষ্টুপীয়াকৈ পালন 87 সংখ্যক দূৰ্গা পূজা

author img

By

Published : Oct 25, 2020, 12:20 PM IST

Durga Puja Celebrate In Baksa
বৰমাত অনুষ্টুপীয়াকৈ পালন 87 সংখ্যক দুৰ্গা পূজা

বাক্সা জিলাৰ অন্তৰ্গত বৰমাতো পূৰ্বৰ দৰে জাকজমকতাক বাদ অনুষ্টুপীয়াকৈ পালন কৰিছে দূৰ্গাপূজা ৷ ৰাৱণ দাহন কাৰ্যসূচী বাতিল বৰমাত ৷

বৰমা, 25 অক্টোবৰ : কৰ'ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে ৰাজ্যবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিছে দূৰ্গাপূজা ৷ একেদৰে বাক্সা জিলাৰ অন্তৰ্গত বৰমাতো পূৰ্বৰ দৰে জাকজমকতাক বাদ অনুষ্টুপীয়াকৈ পালন কৰিছে দূৰ্গাপূজা ৷

বৰমা বাৰোৱাৰী পূজা কমিটীৰ সম্পাদক অজয় দাসে জানিবলৈ দিয়া অনুসৰি, বৰমা বাৰোৱাৰী পূজা মণ্ডপত চৰকাৰে বান্ধি দিয়া নিয়ম অনুযায়ী কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা নহয় ৷ পূৰ্বতে 100 ফুট উচ্চতাৰ ৰাৱণ দাহন কাৰ্যসূচী কৰিছিল যদিও এইবেলি ৰাৱণ দাহন কাৰ্যসূচী বাতিল কৰিছে আয়োজক সমিতিয়ে ৷

Durga Puja Celebrate In Baksa
বৰমাত অনুষ্টুপীয়াকৈ পালন 87 সংখ্যক দুৰ্গা পূজা

লগতে পঢ়ক : ক'ভিড-19 ৰ বাবে লোকচানৰ সন্মুখীন ছত্তিশগড়ৰ ৰাৱনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা শিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.