ETV Bharat / state

বিটিচি নিৰ্বাচন আৰু কৰ'ণা ভাইৰাছ সন্দৰ্ভত বৈঠক বাক্সা জিলা উপায়ুক্তৰ

author img

By

Published : Mar 21, 2020, 6:07 PM IST

Baksa DC meeting with journalist on COVID 19
বিটিচি নিৰ্বাচন আৰু ক’ৰনা ভাইৰাছৰ সন্দৰ্ভত বৈঠক বাক্সা জিলা উপায়ুক্তৰ

সকলো লোককে 22 মাৰ্চৰ ‘জনতা কাৰ্ফিউ’ মানি চলাৰ বাবে আহ্বান বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাৰ ৷ বাক্সা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত সাংবাদিকৰে হোৱা বৈঠকত বিটিচি নিৰ্বাচন আৰু কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ৷

বাক্সা, 21 মাৰ্চঃ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 22 মাৰ্চত আহ্বান জনাইছে ‘জনতা কাৰ্ফিউ’ ৷ সকলো লোককে 22 মাৰ্চৰ ‘জনতা কাৰ্ফিউ’ মানি চলাৰ বাবে আহ্বান বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাৰ ৷ বাক্সা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত সাংবাদিকৰে হোৱা বৈঠকত বিটিচি নিৰ্বাচন আৰু কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ৷

বিটিচি নিৰ্বাচন আৰু ক’ৰনা ভাইৰাছৰ সন্দৰ্ভত বৈঠক বাক্সা জিলা উপায়ুক্তৰ

উক্ত বৈঠকতে উপায়ুক্ত ৰঞ্জন শৰ্মাই চাহ বাগান অঞ্চলসমূহত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহন কৰাৰ কথাও ব্যক্ত কৰে ৷ সমান্তৰলাকৈ বিটিচি পৰিষদীয় নিৰ্বাচন সাময়িকভাৱে স্থগিত ৰখাৰ বাবেও ৰাজ্যিক নিৰ্বাচনী আয়োগকো ধন্যবাদ জ্ঞাপন কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক-Covid- 19 ৰ দ্বিতীয় পৰ্যায়ত উপস্থিত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.