ETV Bharat / sports

আই টি টি এফ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ জী ছাথিয়ান

author img

By

Published : Apr 25, 2019, 9:51 PM IST

আই টি টি এফ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ জী ছাথিয়ান

আই টি টি এফ বিশ্ব চেম্পিয়নশ্বিপত অন্ত পৰিল ভাৰতৰ প্ৰত্যাহ্বান ৷ ব্ৰাজিলৰ খেলুৱৈৰ হাতত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ ভাৰতৰ টেবুল টেনিছ খেলুৱৈ জী ছাথিয়ান ৷

স্পৰ্টছ ডেস্ক, 25 এপ্ৰিলঃ আই টি টি এফ বিশ্বচেম্পিয়নৰ পৰা ভাৰত লৈ দু:খবৰ ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ খেলুৱৈৰ হাতত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ল ভাৰতীয় তাৰকা টেবুল ছেনিছ খেলুৱৈ জী ছাথিয়ান ৷

আৰু পঢ়ক : তেজপুৰত মুকলি আইপিএল ভিভ' ফেন পাৰ্ক

হোগ’ কালডেৰানোৰ হাতত 11-6, 11-3, 11-9, 11-9 ব্যৱধানত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হয় ভাৰতীয় খেলুৱৈগৰাকী ৷ এই পৰাজয়ৰ লগে লগে এই প্ৰতিযোগিতাত অন্ত পৰে ভাৰতৰ প্ৰত্যাহ্বান ৷

Intro:Body:

SPORTS


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.