ETV Bharat / sports

FIFA world Cup 2022: বিশ্বকাপ আৰ্জেন্টিনাৰ হাতত

author img

By

Published : Dec 19, 2022, 6:18 AM IST

FIFA world Cup 2022
বিশ্বকাপ আৰ্জেন্টিনাৰ হাতত

কাটাৰত অনুষ্ঠিত ফুটবলৰ মহাৰণ ফিফা বিশ্বকাপ 2022 ৰ খিতাপ দখল আৰ্জেন্টিনাৰ ৷ খেলৰ প্ৰথমাৰ্ধতে দুটাকৈ গ’ল কৰি আধিপত্য স্থাপন কৰে আৰ্জেন্টিনাই

  • কাটাৰত অনুষ্ঠিত ফুটবলৰ মহাৰণ ফিফা বিশ্বকাপ 2022 ৰ খিতাপ দখল আৰ্জেন্টিনাৰ
  • খেলৰ প্ৰথমাৰ্ধতে দুটাকৈ গ’ল কৰি আধিপত্য স্থাপন কৰে আৰ্জেন্টিনাই
  • 23 মিনিটত লিঅ’নেল মেছিয়ে পেনাল্টিৰ ৰূপত প্ৰথমটো গ’ল কৰে
  • 36 মিনিটত ডি মাৰিয়াই দ্বিতীয়টো গ’ল দি আৰ্জেন্টিনাক 2-0 ৰ অগ্ৰগতি দিয়ে
  • খেলৰ দ্বিতীয়াৰ্ধত 80 মিনিটত ফ্ৰান্সৰ হৈ প্ৰথমতো গ’ল কৰে এম বাপ্পেয়ে
  • 81 মিনিটত পুনৰ দ্বিতীয়টো গ’ল কৰি আৰ্জেন্টিনাৰ সৈতে সমতা স্থাপন কৰে ফ্ৰান্সে
  • নিৰ্ধাৰিত সময়ত খেলখন ড্ৰ হৈ থকাত অতিৰিক্ত সময় বান্ধি দিয়ে ৰেফাৰীয়ে
  • 109 মিনিটত তৃতীয়টো গ’ল দিয়ে আৰ্জেন্টিনাৰ অধিনায়ক মেছিয়ে
  • ফুটবল ত্যাগৰ পূৰ্বে বিশ্বজয়ৰ সপোন পূৰ্ণ হ’ল মেছিৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.