ETV Bharat / sports

মুকলি হ’ল ভাৰতীয় হকী দল নতুন জাৰ্ছী

author img

By

Published : Jun 1, 2019, 8:36 PM IST

টকিঅ’ অলিম্পিকৰ কোৱালিফিকেশ্বনৰ পূৰ্বে ভাৰতীয় হকী দলৰ নতুন জাৰ্ছী মুকলি হকী ইণ্ডিয়াৰ ৷ পুৰুষ আৰু মহিলা উভয় দলৰে মুকলি কৰা হয় নতুন জাৰ্ছী ৷

মুকলি হ’ল ভাৰতীয় হকী দল নতুন জাৰ্ছী

স্পৰ্টছ ডেস্ক, 1 মে’: নতুন ৰূপত দেখা পোৱা যাব ভাৰতীয় পুৰুষ-মহিলা হকী দলক ৷ টকিঅ’ অলিম্পিকৰ কোৱালিফিকেশ্বনৰ পূৰ্বে সলনি কৰা হ’ল ভাৰতীয় হকী দলৰ জাৰ্ছী ৷ অহা 6 জুনৰ পৰা ভূৱেনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ‘‘এফ আই এইজ মেন্ছ ছিৰিজ ফাইনেল্ছ’’ টুৰ্ণামেণ্টত নতুন পোছাকত দেখা পোৱা যাব ভাৰতীয় পুৰুষ হকী দলটোক ৷ মনপ্ৰীত সিঙৰ নেতৃত্বত প্ৰতিযোগিতাখনত অৱতীৰ্ণ হ’ব ভাৰত ৷

ETV BHARAT ASSAM
মুকলি হ’ল ভাৰতীয় হকী দল নতুন জাৰ্ছী

আনহাতে 15 জুনৰ পৰা এফ আই এইজ ৱমেন্ছ টুৰ্ণামেণ্টত মহিলা দলটোকো দেখা পোৱা যাব নতুন জাৰ্ছীত ৷ ৰানী ৰামপালৰ নেতৃত্বত দলটোৱে অংশ ল’ব প্ৰতিযোগিতাখনত ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.