ETV Bharat / sports

ৰাষ্ট্ৰীয় কনিষ্ঠ পুৰুষ প্ৰশিক্ষণ শিবিৰৰ বাবে হকী ইণ্ডিয়াৰ খেলুৱৈ নিৰ্বাচন

author img

By

Published : Aug 10, 2019, 4:25 PM IST

ৰাষ্ট্ৰীয় কনিষ্ঠ পুৰুষ প্ৰশিক্ষণ শিবিৰৰ বাবে 33 জনীয়া খেলুৱৈৰ নাম ঘোষণা কৰিলে হকী ইণ্ডিয়াই ৷

ৰাষ্ট্ৰীয় কনিষ্ঠ পুৰুষ প্ৰশিক্ষণ শিবিৰৰ বাবে হকী ইণ্ডিয়াৰ খেলুৱৈ নিৰ্বাচন

স্পৰ্টছ ডেস্ক, 10 আগষ্ট : শনিবাৰে হকী ইণ্ডিয়াই আগন্তুক ৰাষ্ট্ৰীয় কনিষ্ঠ পুৰুষ প্ৰশিক্ষণ শিবিৰৰ বাবে 33 জনীয়া খেলুৱৈৰ নাম ঘোষণা কৰিছে ৷ ভাৰতীয় কনিষ্ঠ পুৰুষ হকী দলটোৱে অক্টোবৰত নৱম সংখ্যক ছুলতান অৱ জহৰ কাপ, 2019 ত অংশগ্ৰহণ কৰিব ৷ সেয়েহে কনিষ্ঠ দলটোৰ খেলুৱৈসকলৰ ফিটনেছত গুৰুত্ব প্ৰদান কৰাৰ লক্ষ্যৰে এই শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷

উল্লেখ্য যে, আগষ্টৰ 12 তাৰিখৰ পৰা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বাংগালুৰু কেম্পাছত এই শিবিৰ আৰম্ভ হ'ব ৷ আগষ্টৰ 31 তাৰিখে এই শিবিৰৰ অন্ত পৰিব ৷

HOCKEY INDIA NAMES 33 PLAYERS FOR JUNIOR MEN'S NATIONAL COACHING CAMP

ৰাষ্ট্ৰীয় কনিষ্ঠ পুৰুষ প্ৰশিক্ষণ শিবিৰৰ বাবে হকী ইণ্ডিয়াৰ খেলুৱৈ নিৰ্বাচন

স্পৰ্টছ ডেস্ক, 10 আগষ্ট : শনিবাৰে হকী ইণ্ডিয়াই আগন্তুক ৰাষ্ট্ৰীয় কনিষ্ঠ পুৰুষ প্ৰশিক্ষণ শিবিৰৰ বাবে 33 জনীয়া খেলুৱৈৰ নাম ঘোষণা কৰিছে ৷ ভাৰতীয় কনিষ্ঠ পুৰুষ হকী দলটোৱে অক্টোবৰত নৱম সংখ্যক ছুলতান অৱ জহৰ কাপ, 2019 ত অংশগ্ৰহণ কৰিব ৷ সেয়েহে কনিষ্ঠ দলটোৰ খেলুৱৈসকলৰ ফিটনেছত গুৰুত্ব প্ৰদান কৰাৰ লক্ষ্যৰে এই শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷

উল্লেখ্য যে, আগষ্টৰ 12 তাৰিখৰ পৰা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বাংগালুৰু কেম্পাছত এই শিবিৰ আৰম্ভ হ'ব ৷ আগষ্টৰ 31 তাৰিখে এই শিবিৰৰ অন্ত পৰিব ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.