ETV Bharat / sports

ৰিয়ানৰ দৰ্শনীয় বেটিঙেৰে ৰাজস্থানৰ জয়লাভ

author img

By

Published : Oct 11, 2020, 3:55 PM IST

Updated : Oct 11, 2020, 7:52 PM IST

প্ৰথমখন খেলত জয়লাভ ৰাজস্থান ৰয়েলছ ৷ অন্তিম পৰ্যায়ত অনুৰাগীৰ মাজত উৎকন্ঠা বৃদ্ধি ৷ ৰিয়ান পৰাগৰ সুন্দৰ প্ৰদৰ্শন ৷

SRH vs RR IPL Dream11 Team Prediction, Today Sunrisers Hyderabad Vs Rajasthan Royals
আজিৰ খেলঃ ৰাজস্থান বনাম হায়দৰাবাদ

স্পৰ্টছ ডেস্ক, 11 অক্টোবৰ : আই পি এলৰ দেওবাৰৰ প্ৰথমখন খেল ডুবাইত ৰাজস্থান ৰয়েলছ (আৰআৰ) আৰু চানৰাইজাৰ্ছ হায়দৰাবাদ (এছআৰএইচ) ৰ সৈতে অনুষ্ঠিত হৈছিল ৷ খেলৰ অন্তত হায়দৰাবাদৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে জয়লাভ কৰে ৷ চানৰাইছ হায়দৰাবাদে 20 অভাৰত 158 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু ৰাজস্থান ৰয়েলছে তেওঁলোকৰ প্ৰত্যাহ্বানক নেওচি জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷

খেলখন অতি আকৰ্ষনীয় হৈছিল কিয়নো অন্তিম পৰ্যায়ত ৰাজস্থান ৰয়েলছক দুটা বলৰ বিপৰীতে 2 ৰানৰ প্ৰয়োজন আছিল ৷ সেই সময়তে অসম গৌৰৱ ৰিয়ান পৰাগে সুন্দৰ প্ৰদৰ্শন দেখুৱাই খেলখন জিকাবলৈ সক্ষম হৈছে ৷ আজিৰ খেলত ৰিয়ান পৰাগে 26 টা বলত 42 ৰান কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : আজি ইটানগৰত অসম-অৰুণাচলৰ মুখ্য সচিব পৰ্যায়ৰ বৈঠক

Last Updated : Oct 11, 2020, 7:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.