T20 World Cup 2022 : পাকিস্তানক হৰুৱাই T-20 বিশ্বকাপ দখল ইংলেণ্ডৰ

author img

By

Published : Nov 13, 2022, 5:26 PM IST

T20 World Cup 2022

দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ দখল কৰিলে ইংলেণ্ডে ৷ 5 উইকেটত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ ইংলেণ্ড দলটোৰ (England won T20 world cup)৷

  • ICC T20 WC ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ ইংলেণ্ডৰ(England won T20 world cup)
  • 5 উইকেটতত জয়লাভ কৰে ইংলেণ্ড দলটোৱে
  • টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ইংলেণ্ডে
  • প্ৰথমে বেট ধৰি পাকিস্তানে 20 অভাৰত 8 টা উইকেটৰ বিনিময়ত 137 ৰাণ সংগ্ৰহ কৰে (T20 world cup 2022 score)
  • জয়ৰ বাবে ইংলেণ্ডক 138 ৰাণৰ লক্ষ্য বান্ধি দিয়ে পাকিস্তানে
  • 19 অভাৰত 5 টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ইংলেণ্ড দলটোৱে
  • ইংলেণ্ডৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বেন ষ্টোকচে
  • T20 বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্টিত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.