ETV Bharat / sports

অ'ল্ড ট্ৰেফৰ্ডক ' ন' ফ্লাই জ'ন 'লৈ ৰূপান্তৰিত

author img

By

Published : Jul 9, 2019, 4:41 PM IST

বিচিচিআই

'ন' ফ্লাই জ'ন ' লৈ ৰূপান্তৰিত কৰা হৈছে অ'ল্ড ট্ৰেফৰ্ড ক্ৰিকেট গ্ৰাউণ্ড ৷ উল্লেখ্য যে, ভাৰত বনাম শ্ৰীলংকাৰ গ্ৰুপ মেচত কোনো অজ্ঞাত লোকে আকাশমাৰ্গেৰে ভাৰত বিৰোধী শ্ল'গান প্ৰেৰণ কৰিছিল ৷

স্পৰ্টছ ডেস্ক, 9 জুলাই : বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত আৰু নিউজিলেণ্ডে মুখামুখি যুঁজত অৱতীৰ্ণ হোৱাৰ সময়তে মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ডক 'ন' ফ্লাই জ'ন ' হিচাপে চিহ্নিত কৰা হৈছে ৷ বিচিচিআইৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডে (ইচিবি) বিচিচিআইক লিখিত ভাৱে প্ৰকাশ কৰে যে, ছেমি ফাইনেল মেচত অ'ল্ড ট্ৰেফৰ্ডৰ আকাশমাৰ্গেৰে সকলো ধৰণৰ মহাকাশ যান নিষিদ্ধ কৰা হৈছে ৷

ETV BHARAT ASSAM
অ'ল্ড ট্ৰেফৰ্ডক ' ন' ফ্লাই জ'ন 'লৈ ৰূপান্তৰিত

উল্লেখ্য যে, ভাৰত বনাম শ্ৰীলংকাৰ গ্ৰুপ মেচত কোনো অজ্ঞাত লোকে আকাশমাৰ্গেৰে ভাৰত বিৰোধী শ্ল'গান প্ৰেৰণ কৰিছিল ৷ ইয়াৰ পাছতে নিৰাপত্তা দিশক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ লগতে ইচিবিৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছিল বিচিচিআই তথা আইচিচি ৷

ETV BHARAT ASSAM
অ'ল্ড ট্ৰেফৰ্ডক ' ন' ফ্লাই জ'ন 'লৈ ৰূপান্তৰিত
OLD TRAFFORD TO BE NO FLY ZONE

অ'ল্ড ট্ৰেফৰ্ডক ' ন' ফ্লাই জ'ন 'লৈ ৰূপান্তৰিত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.