ETV Bharat / sports

কঠিন নহ'ব ভাৰতৰ বিৰুদ্ধে মেচ : মৰ্গান

author img

By

Published : Jun 30, 2019, 10:38 AM IST

কঠিন নহ'ব ভাৰতৰ বিৰুদ্ধে মেচ : মৰ্গান

কঠিন নহ'ব ভাৰতৰ বিৰুদ্ধে মেচ ৷ এই মন্তব্য ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰ্গানৰ ৷

নিউজ ডেস্ক, 30 জুন : বিশ্বকাপ ক্ৰিকেট, 2019 ৰ ভাৰত বনাম ইংলেণ্ডৰ মেচৰ পূৰ্বে এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰ্গানে ৷ মেচখন ইংলেণ্ড দলৰ বাবে কঠিন নহ'ব যিহেতু পূৰ্বে ইয়াতকৈও কঠিন প্ৰত্যাহ্বানৰ মুখামুখি হৈছে বুলি মৰ্গানে মন্তব্য কৰে ৷ ইয়াৰোপৰি, শেষৰবাৰ ইংলেণ্ড ভ্ৰমণত ভাৰতে পৰাজয়ৰ সন্মুখীন হোৱাৰ বাবেও দলটো আত্মবিশ্বাসী বুলি তেওঁ জানিবলৈ দিয়ে ৷

ETV BHARAT ASSAM
কঠিন নহ'ব ভাৰতৰ বিৰুদ্ধে মেচ : মৰ্গান

ইয়াৰোপৰি, ভাৰতীয় দলে প্ৰতিখন মেচতে লাভ কৰা অনুৰাগীৰ সমৰ্থন সম্পৰ্কতো মন্তব্য আগবঢ়াই ইয়ন মৰ্গানে ৷ টীম ইণ্ডিয়াই লাভ কৰিবলগা সমৰ্থনৰ বাবে নিজ দলৰ খেলুৱৈক মানসিক ভাৱে সাজু হ'বলৈ আহ্বান জনায় মৰ্গানে ৷

MATCH VS INDIA NOT THE TOUGHEST : MORGAN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.