ETV Bharat / sports

ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড : প্ৰথম টেষ্টৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা ব্ৰডৰ

author img

By

Published : Jul 6, 2020, 3:34 PM IST

সদ্য় ঘোষিত ইংলেণ্ড টেষ্ট দলৰ 13 জনীয়া সদস্য়ত ডম বেছ একমাত্ৰ স্পিনাৰ খেলুৱৈ থকাৰ বাবেই প্ৰথম টেষ্টৰ বাবে সম্ভাৱনীয় একাদশৰ পৰা ষ্টুৱাৰ্ড ব্ৰডক বাহিৰ ৰখা হ'ব পাৰে ।

England vs West Indies: Stuart Broad might miss first Test
England vs West Indies: Stuart Broad might miss first TestEngland vs West Indies: Stuart Broad might miss first TestEngland vs West Indies: Stuart Broad might miss first TestEngland vs West Indies: Stuart Broad might miss first Test

স্পৰ্টছ ডেস্ক, 6 জুলাই : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত দলৰ পৰা বাহিৰ হ'ব পাৰে প্ৰতিভাৱান খেলুৱৈ ষ্টুৱাৰ্ড ব্ৰড । মেচখনত জফ্ৰা আৰ্চাৰ, মাৰ্ক ৱুড আৰু জেমছ এণ্ডাৰছনক ফাষ্ট বলৰ নেতৃত্ববহনৰ দায়িত্ব অৰ্পণৰ সম্ভাৱনা আছে ।

ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড
ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড

এখন কাকতত প্ৰকাশিত বাতৰি অনুসৰি, আঠ বছৰৰ অন্তত প্ৰথমবাৰৰ বাবে ঘৰুৱা শৃংখলাত ব্ৰডক অন্তিম একাদশৰ পৰা বাহিৰ কৰাৰ সম্ভাৱনা আছে । ইংলেণ্ডৰ সদ্য ঘোষিত 13 জনীয়া দলটোত একমাত্ৰ ডম বেছ স্পিনাৰ হিচাপে অন্তৰ্ভুক্ত হৈ থকাৰ বাবেও প্ৰথম টেষ্টৰ বাবে ব্ৰডক দলৰ পৰা বাহিৰ কৰা সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে ।

ব্ৰডে ইয়াৰ পূৰ্বে 2012 চনৰ পৰা এখনো ঘৰুৱা মেচৰ পৰা বাহিৰ হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.