ETV Bharat / sports

ছিংগাপুৰ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সিন্ধু, ছাইনা

author img

By

Published : Apr 12, 2019, 2:05 PM IST

SINGAPORE OPEN

ছিংগাপুৰ অ'পেনৰ কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে ভাৰতীয় বেটমিন্টন তাৰকা পি.ভি. সিন্ধু, ছাইনা নেহৱাল, সমীৰ বৰ্মা, কিডাম্বি শ্ৰীকাণ্ঠ ৷ শুকুৰবাৰে তেওঁলোকে কোৱাৰ্টাৰ ফাইনেলৰ মেচত অৱতীৰ্ণ হ'ব ৷

নিউজ ডেস্ক, 12 এপ্ৰিল: ভাৰতৰ টেনিছ তাৰকা পি.ভি. সিন্ধু, ছাইনা নেহৱাল, সমীৰ বৰ্মা, কিডাম্বি শ্ৰীকাণ্ঠ প্ৰৱেশ কৰিছে ছিংগাপুৰ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত ৷ শুকুৰবাৰে অনুষ্ঠিত হ'ব লগা কোৱাৰ্টাৰ ফাইনেলৰ মেচত অলিম্পিকত ৰূপৰ পদকজয়ী তথা বিশ্ব ৰেংকিঙৰ 6 সংখ্যক খেলুৱৈ সিন্ধুৱে চীনৰ চাই য়ানহানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ শুকুৰবাৰৰ অন্য এখন মেচত জাপানৰ ন'জমী অকোহাৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ দখলকাৰী ছাইনা নেহৱালে ৷ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ পূৰ্বে সিন্ধুয়ে ডেনমাৰ্কৰ মিয়া ব্লিছফেল্ডটক পৰাস্ত কৰাৰ পৰিৱৰ্তে ছাইনাই থাইলেণ্ডৰ পৰ্ণপাৱি চচোৱঙক পৰাস্ত কৰে ৷

ETV BHARAT
P. V. SINDHU

আনহাতে পুৰুষৰ ছিংগলছ শাখাত সমীৰ বৰ্মাই চীনৰ লু গোৱাংজো আৰু কিডাম্বি শ্ৰীকাণ্ঠে ডেনমাৰ্কৰ হানছ্ ক্ৰিষ্টিয়ানক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷ শুকুৰবাৰে অনুষ্ঠিত হ'ব লগা কোৱাৰ্টাৰ ফাইনেল মেচত সমীৰে টাইৱানৰ টিয়েন চেনৰ বিৰুদ্ধে আৰু কিডাম্বিয়ে জাপানৰ কেমটো মমতাৰ বিৰুদ্ধে যুঁজ দিব ৷

SINGAPORE OPEN: SINDHU, SAINA TO PLAY QUARTERFINALS

ছিংগাপুৰ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সিন্ধু, ছাইনা

নিউজ ডেস্ক, 12 এপ্ৰিল: ভাৰতৰ টেনিছ তাৰকা পি.ভি. সিন্ধু, ছাইনা নেহৱাল, সমীৰ বৰ্মা, কিডাম্বি শ্ৰীকাণ্ঠ প্ৰৱেশ কৰিছে ছিংগাপুৰ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত ৷ শুকুৰবাৰে অনুষ্ঠিত হ'ব লগা কোৱাৰ্টাৰ ফাইনেলৰ মেচত অলিম্পিক ৰূপৰ পদকজয়ী তথা বিশ্ব ৰেংকিঙৰ 6 সংখ্যক খেলুৱৈ গৰাকীয়ে চীনৰ চাই য়ানহানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ শুকুৰবাৰৰ অন্য এখন মেচত জাপানৰ ন'জমী অকোহাৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ দখলকাৰী ছাইনা নেহৱালে ৷ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ পূৰ্বে সিন্ধুয়ে ডেনমাৰ্কৰ মিয়া ব্লিছফেল্ডটক পৰাস্ত কৰাৰ পৰিৱৰ্তে ছাইনাই থাইলেণ্ডৰ পৰ্ণপাৱি চচোৱঙক পৰাস্ত কৰে ৷ 

আনহাতে পুৰুষৰ ছিংগলছ শাখাত সমীৰ বৰ্মাই চীনৰ লু গোৱাংজো আৰু কিডাম্বি শ্ৰীকাণ্ঠে ডেনমাৰ্কৰ হানছ্ ক্ৰিষ্টিয়ানক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷ শুকুৰবাৰে অনুষ্ঠিত হ'ব লগা কোৱাৰ্টাৰ ফাইনেল মেচত সমীৰে টাইৱানৰ টিয়েন চেনৰ বিৰুদ্ধে আৰু কিডাম্বিয়ে জাপানৰ কেমটো মমতাৰ বিৰুদ্ধে যুঁজ দিব ৷ 
D33OzRCU4AEmWYA.jpg
Dz_CLlaVAAADVSx.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.