ETV Bharat / sports

বিডব্লিউএফ জয়ী প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত পি. ভি. সিন্ধু

author img

By

Published : Aug 25, 2019, 8:18 PM IST

বিডব্লিউএফ জয়ী প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত পি. ভি. সিন্ধু

ভাৰতীয় শ্বাটলাৰ পি. ভি. সিন্ধুয়ে বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছৰ ফাইনেলত জাপানৰ নজ'মি অ'কুহাৰাক পৰাস্ত কৰে ৷ এই জয়েৰে বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছত স্বৰ্ণ জয় কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় সিন্ধু ৷

স্পৰ্টছ ডেস্ক, 25 আগষ্ট : ভাৰতীয় শ্বাটলাৰ পি. ভি. সিন্ধুয়ে বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছৰ ফাইনেলত জাপানৰ নজ'মি অ'কুহাৰাক পৰাস্ত কৰে ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতৰ তাৰকা শ্বাটলাৰ গৰাকীয়ে জাপানৰ প্ৰতিদ্বন্দীক 21-7, 21-7 ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷

এই জয়েৰে বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছত স্বৰ্ণ জয় কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় সিন্ধু ৷

প্ৰথম ছেটৰ পৰাই দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় খেলুৱৈ গৰাকীয়ে দ্বিতীয় ছেটতো আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় ৷

বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছ
বিডব্লিউএফ জয়ী প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত পি. ভি. সিন্ধু

উল্লেখ্য যে, পি. ভি. সিন্ধুয়ে চীনৰ চেন য়ু ফেইক 21-7, 21-14 ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৷

Intro:Body:Conclusion:

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.