ETV Bharat / sitara

মুম্বাই বিমানবন্দৰত একেলগে সুনীল ছেট্টী-কংগনা ৰাণাৱত

author img

By

Published : Feb 22, 2021, 1:00 PM IST

মুম্বাই বিমানবন্দৰত একেলগে সুনেল ছেট্টী-কংগনা ৰাণাৱত
মুম্বাই বিমানবন্দৰত একেলগে সুনেল ছেট্টী-কংগনা ৰাণাৱত

দেওবাৰে মুম্বাই বিমানবন্দৰত উপস্থিত হয় বলিউড তাৰকা সুনীল ছেট্টী আৰু বলিউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱত ৷ পাপাৰাজ্জিয়ে মুম্বাই বিমানবন্দৰত বলিউড তাৰকা সুনীল ছেট্টী আৰু অভিনেত্ৰী কংগনা ৰাণাৱতৰ ছবি সংগ্ৰহ কৰে ৷ য’ত দুইগৰাকী বলিউড তাৰকাক দেখা গৈছে এক সুন্দৰ ৰূপত ৷

চিতাৰা ডেস্ক, 22 ফেব্ৰুৱাৰী : দেওবাৰে মুম্বাই বিমানবন্দৰত উপস্থিত হয় বলিউড তাৰকা সুনীল ছেট্টী আৰু বলিউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱত ৷

পাপাৰাজ্জিয়ে মুম্বাই বিমানবন্দৰত বলিউড তাৰকা সুনীল ছেট্টি আৰু অভিনেত্ৰী কংগনা ৰাণাৱতৰ ছবি সংগ্ৰহ কৰে ৷ য’ত দুইগৰাকী বলিউড তাৰকাক দেখা গৈছে এক সুন্দৰ ৰূপত ৷

উল্লেখ্য যে, অভিনেতা সুনীল ছেট্টীক অতি শীঘ্ৰেই মৰকৰ অৰেবিকলালিন্তে সিংঘমত দেখিবলৈ পোৱা যাব ।

লগতে পঢ়কঃ মানৱ সেৱাৰ বাবে ৰাজপথত নামিল আৰক্ষী অধীক্ষকৰ পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.