ETV Bharat / sitara

কেতিয়া মুক্তি পাব 'কিক'ৰ চিকুৱেল কিক-2?

author img

By

Published : Jan 16, 2020, 1:59 PM IST

নিৰ্মাণ হ'ব চলমান খানৰ ব্লকবাষ্টাৰ মুভি কিকৰ চিকুৱেল ৷ চাজিদ নাদিয়াদৱালে ঘোষণা কৰিলে চলমান খান অভিনীত 2014বৰ্ষৰ বহু প্ৰত্যাশিত ছবি 'কিক'ৰ চিকুৱেল 'কিক-2' ৰ মুক্তিৰ তাৰিখ ৷

HERE'S WHEN SALMAN KICK2 WILL HIT THE SCREENS
'কিক'ৰ চিকুৱেল কিক-2

চিটাৰা ডেস্ক,16 জানুৱাৰীঃ 2021 বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তি পাব চুপাৰষ্টাৰ চলমান খান অভিনীত কিক-2 ৷ এই কথা জনালে ছবিখনৰ পৰিচালক চাজিদ নাদিয়াদৱালাই ৷

ছবি পৰিচালকগৰাকীয়ে জনোৱা অনুসৰি সোনকালেই শেষ হ'ব ছবিখনৰ স্ক্ৰিপ্টিঙৰ কাম ৷ কিক-2 ছবিখন প্ৰকৃততে 2014বৰ্ষৰ ব্লকবাষ্টাৰ ছবি কিকৰ চিকুৱেল ৷ সুদীৰ্ঘ 6 বছৰৰ পিছত নিৰ্মাণ হ'ব লগা ছবিখনৰ চিকুৱেলত এইবাৰো মুখ্য চৰিত্ৰত অভিনয় কৰিব চুপাৰষ্টাৰ চলমান খানে ৷

কিন্তু কিক-2 ৰ পূৰ্বেই 2021ৰ ঈদত আহি আছে চলমান খানৰ আন এখন বহু প্ৰত্যাশিত ছবি "কভি ঈদ কভি দিৱালি" ৷ এই ছবিখনৰো ৰচনা আৰু পৰিচালনা চাজিদ নাদিয়াদৱালৰ ৷ অৱশ্যে এই পৰ্যন্ত চলমান খানৰ সৈতে কোন গৰাকী অভিনেত্ৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিব সেই কথা জনোৱা নাই ছবিখনৰ পৰিচালকগৰাকীয়ে ৷

লগতে পঢ়কঃনতুন বৰ্ষত নতুন গীতৰ সৈতে আৰমান মালিক

Intro:Body:

Kick 2 Released Date Revealed


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.