ETV Bharat / sitara

কেনে আছিল ৰণবীৰ-ঋষি কাপুৰৰ সম্পৰ্ক?

author img

By

Published : Apr 12, 2021, 7:39 PM IST

কেনে আছিল ৰণবীৰ-ঋষি কাপুৰৰ সম্পৰ্ক?
কেনে আছিল ৰণবীৰ-ঋষি কাপুৰৰ সম্পৰ্ক?

প্ৰয়াত অভিনেতা ঋষি কাপুৰে পুত্ৰ ৰণবীৰ কাপুৰক অনুসৰণ কৰিবলৈ এটা গচিপ ৱেবছাইট অনুসৰণ কৰিছিল । অভিষেকে বচ্চনে পিতৃ-পুত্ৰৰ সম্পৰ্কৰ এই কথা প্ৰকাশ কৰিছিল ।

চিটাৰা ডেস্ক,১২ এপ্ৰিল: প্ৰয়াত অভিনেতা ঋষি কাপুৰে পুত্ৰ ৰণবীৰ কাপুৰক অনুসৰণ কৰিবলৈ এটা গচিপ ৱেবছাইট অনুসৰণ কৰিছিল । ৰণবীৰ কাপুৰৰ মাতৃ নীতু কাপুৰৰে ঘনিষ্ঠ থকা বাবে এই ৱেবছাইট অনুসৰণ কৰিছিল বুলি এক সাক্ষাৎকাৰত কৈছিল ঋষি কাপুৰে ।

'দিল্লী ৬ আৰু অল ইজ ৱেল'ৰ দৰে ছবিত ঋষি কাপুৰৰ সৈতে কাম কৰা অভিষেকে বচ্চনে পিতৃ-পুত্ৰৰ সম্পৰ্কৰ এই কথা প্ৰকাশ কৰিছিল । ঋষিয়ে প্ৰায় কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে, একমাত্ৰ পুত্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন নকৰাৰ বাবে অনুশোচনাত ভূগিছিল । ফলত পিতা-পুত্ৰৰ সম্পৰ্ক ঘনিষ্ঠ নাছিল । উল্লেখ্য যে, বিগত বৰ্ষৰ ২৯ এপ্ৰিলত কৰ্কট ৰোগত আক্ৰান্ত হৈ ঋষি কাপুৰে শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক: হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলৰ আহ্বান চনু চুডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.