", "inLanguage": "as", "publisher": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "contentUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12954267-thumbnail-3x2-s.jpg" } } }
", "articleSection": "sitara", "articleBody": "এটা ‘সুন্দৰ ব্যক্তিত্ব’... এক ‘প্ৰতিভাশালী জীৱন’...চলমান খান(Salman Khan), অক্ষয় কুমাৰ(Akshay Kumar), অজয় দেৱগন(Ajay Devgn) আৰু মাধুৰী দীক্ষিত নেনেকে(Madhuri Dixit Nene) ধৰি প্ৰায় সংখ্যক বলীউড তাৰকা এইদৰে শোকস্তব্ধ হৈ পৰিছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ(Sidharth Shukla) অকাল মৃত্যুত ৷ ছ’চিয়েল মিডিয়াযোগে শোকবাৰ্তা প্ৰেৰণ কৰাৰ লগতে কিছুসংখ্যকে সিদ্ধাৰ্থৰ বাসগৃহত উপস্থিত হৈ তেওঁলৈ জনায় অন্তিম শ্ৰদ্ধাঞ্জলি ৷চিটাৰা ডেস্ক, 3 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে টেলিভিশ্বন জগত তথা বলীউডত শোকৰ ছাঁ পেলাই অজান মুলুকলৈ গুছি গ’ল জনপ্ৰিয় অভিনেতা তথা ৰিয়েলিটি শ্ব’ বিগ বছ-১৩(Bigg Boss-13)ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লা(Sidharth Shukla)৷ মাত্ৰ 40 বছৰ বয়সতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেতাগৰাকীৰ । সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু শোকস্তব্ধ হৈ পৰিছে অনুৰাগীৰ লগতে বি-টাউনবাসী । সিদ্ধাৰ্থৰ মৃত্যুৰ বাতৰিয়ে পলকতে আচম্বিত কৰি তোলে তেওঁৰ পৰিয়াল, অজস্ৰ অনুৰাগী, টেলিভিশ্বন জগত তথা বলীউড তাৰকাসকলক ৷ কিয়নো এইগৰাকী অভিনেতাই অভিনয় আৰু সুন্দৰ ব্যক্তিত্বৰে সকলো দিশতে দখল লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ এই অকাল মৃত্যুৱে ছ’চিয়েল মিডিয়াত এক ধুমুহা সদৃশ পৰিৱেশৰ সৃষ্টি কৰে ৷চলমান খান(Salman Khan), অক্ষয় কুমাৰ(Akshay Kumar), অজয় দেৱগন(Ajay Devgn) আৰু মাধুৰী দীক্ষিত নেনেকে(Madhuri Dixit Nene) ধৰি প্ৰায় সংখ্যক বলীউড তাৰকাই সিদ্ধাৰ্থৰ মৃত্যুত শোকবাৰ্তা প্ৰেৰণ কৰে ৷ বিগ বছ 13ৰ ঘোষক অভিনেতা চলমান খানে লিখিছে, বহু সোনকালেই গুচি গ’লা তুমি ৷ তোমাৰ পৰিয়াললৈ গভীৰ সমবেদনা, RIP ৷ Gone too soon Siddharth.. u shall be missed. Condolences to the family .. RIP🙏— Salman Khan (@BeingSalmanKhan) September 2, 2021 সিদ্ধাৰ্থৰ প্ৰথমখন বলীউড ছবি ‘Humpty Sharma Ki Dulhania’ত একেলগে কাম কৰা অভিনেতা বৰুণ ধৱনে(Varun Dhawan) ছ’চিয়েল মিডিয়াযোগে শোকবাৰ্তা প্ৰেৰণ কৰাৰ লগতে সিদ্ধাৰ্থৰ উপস্থিত হৈ তেওঁলৈ জনাইছে একাঁজলি শ্ৰদ্ধাঞ্জলি ৷ ছ’চিয়েল মিডিয়াযোগে বৰুণে লিখিছে, RIP ভাই ৷ তোমাৰ দয়ালু হৃদয় আৰু সুন্দৰ ব্যক্তিত্বই বহুতৰ হৃদয়ত স্পৰ্শ কৰিছিল । আজি স্বৰ্গই এটা তৰা লাভ কৰিছে আৰু আমি তোমাক এটা হেৰুৱাইছো । তোমাৰ পৰিয়াল আৰু প্ৰিয়জনলৈ গভীৰ সমবেদনা ৷ Rip brother 💔 pic.twitter.com/oMEwhfyp8i— VarunDhawan (@Varun_dvn) September 2, 2021 সিদ্ধাৰ্থে অংশগ্ৰহণ কৰা অন্যতম ৰিয়েলিটি শ্ব’ ‘Jhalak Dikhhla Jaa’ বিচাৰক মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত নেনেই(Madhuri Dixit Nene) এসপ্তাহ পূৰ্বে ‘Dance Deewane’ৰ মঞ্চতো লগ পাইছিল সিদ্ধাৰ্থক ৷ সিদ্ধাৰ্থৰ মৃত্যুত আচম্বিত হৈ তেওঁ লিখিছে, এয়া অবিশ্বাস্য আৰু আচৰিত । তোমাক সদায় স্মৰণ কৰিম । তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক । তোমাৰ পৰিয়াললৈ আন্তৰিক সমবেদনা ৷ It's just unbelievable and shocking. You will always be remembered @sidharth_shukla. May your soul rest in peace. My heartfelt condolences to the family 😞— Madhuri Dixit Nene (@MadhuriDixit) September 2, 2021 আনহাতে, শুক্লাৰ অকাল মৃত্যুত অভিনেতা অজয় দেৱগনে(Ajay Devgn) শোক প্ৰকাশ কৰি লিখিছে, জীৱন আৰু মৃত্যু দুয়োটাই আমাক বিস্মিত কৰি তোলে ৷ বিশেষকৈ যেতিয়া মানুহে অতি কম বয়সতে আমাৰ মাজৰ পৰা আঁতৰি যায় ৷ পৰিয়াললৈ গভীৰ সমবেদনা ৷ Life & death are both baffling. But when someone as young as #SidharthShukla passes away with suddenness, one is very sad... Condolences to his family. RIP Sidharth 🙏🏼 pic.twitter.com/en1RJVuj8k— Ajay Devgn (@ajaydevgn) September 2, 2021 বলীউডৰ প্ৰসিদ্ধ অভিনেতা অক্ষয় কুমাৰে(Akshay Kuma) যদিও সিদ্ধাৰ্থক ব্যক্তিগতভাৱে লগ পোৱা নাছিল, তথাপিও তেওঁৰ এই অকাল মৃত্যুৱে দুখিত কৰি তুলিছে অক্ষয় কুমাৰক ৷ তেওঁ লিখিছে, সিদ্ধাৰ্থৰ দৰে প্ৰতিভা ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যোৱাতো সচাকৈয়ে দুখদায়ক ৷ Really sad to know about the passing away of #SiddharthShukla. I didn’t know him personally but it’s heartbreaking to know of such a talented life gone so soon. Om Shanti 🙏🏻— Akshay Kumar (@akshaykumar) September 2, 2021 অভিনেতা ৰাজকুমাৰ ৰাওৰ(Rajkhumar Rao) শোক প্ৰকাশ, সিদ্ধাৰ্থৰ মৃত্যু এক অন্যায় ৷ সিদ্ধাৰ্থ সদায় আমাৰ হৃদয়ত থাকিব ৷ পৰিয়াললৈ গভীৰ সমবেদনা ৷ 💔😞This is so unfair. Gone too soon Sidharth. Rest in peace brother. You will be in our hearts forever. My deepest condolences to his family, friends & fans. pic.twitter.com/nMLWvEhL6J— Rajkummar Rao (@RajkummarRao) September 2, 2021 অভিনেত্ৰী পৰিণীতি চোপ্ৰাই(Parineeti Chopra) লিখিছে, সিদ্ধাৰ্থৰ মৃত্যিৰ বাতৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ অক্ষম হৈছিল পৰিণীতি ৷ সিদ্ধাৰ্থ বাস্তৱিকতে লক্ষাধিক ভাল পাইছিল ৷ ইয়াৰোপৰি, কালাৰ্ছ টিভি(Colors TV), অভিনেতা মনোজ বাজপেয়ী(Manoj Bajpayee), ছবি নিৰ্মাতা ফাৰাহ খানকে(Farah Khan) ধৰি বহু কলা-কুশলী, বিগ বছৰ প্ৰতিযোগীবৃন্দ, সমগ্ৰ টেলিভিশ্বন জগতেই সিদ্ধাৰ শুক্লাৰ মৃত্যু এক আচৰিত বুলি শোক প্ৰকাশ কৰে ৷লগতে পঢ়ক: কেনেকৈ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল ইণ্টেৰিঅ'ৰ ডিজাইনাৰ সিদ্ধাৰ্থ শুক্লাই ?", "url": "https://www.etvbharat.com/assamese/assam/sitara/bollywood/bollywood-celebrities-remembered-actor-sidharth-shukla-who-passed-away-on-thursday/assam20210903075952945", "inLanguage": "as", "datePublished": "2021-09-03T07:59:54+05:30", "dateModified": "2021-09-03T07:59:54+05:30", "dateCreated": "2021-09-03T07:59:54+05:30", "thumbnailUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12954267-thumbnail-3x2-s.jpg", "mainEntityOfPage": { "@type": "WebPage", "@id": "https://www.etvbharat.com/assamese/assam/sitara/bollywood/bollywood-celebrities-remembered-actor-sidharth-shukla-who-passed-away-on-thursday/assam20210903075952945", "name": "Miss You Sidharth : সিদ্ধাৰ্থৰ মৃত্যুত শোকস্তব্ধ বি-টাউন", "image": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12954267-thumbnail-3x2-s.jpg" }, "image": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12954267-thumbnail-3x2-s.jpg", "width": 1200, "height": 900 }, "author": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com/author/undefined" }, "publisher": { "@type": "Organization", "name": "ETV Bharat Assam", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/static/assets/images/etvlogo/assamese.png", "width": 82, "height": 60 } } }

Miss You Sidharth : সিদ্ধাৰ্থৰ মৃত্যুত শোকস্তব্ধ বি-টাউন

author img

By

Published : Sep 3, 2021, 7:59 AM IST

bollywood celebrities remembered actor sidharth shukla
সিদ্ধাৰ্থৰ মৃত্যুত শোকস্তব্ধ বি-টাউন ()

এটা ‘সুন্দৰ ব্যক্তিত্ব’... এক ‘প্ৰতিভাশালী জীৱন’...চলমান খান(Salman Khan), অক্ষয় কুমাৰ(Akshay Kumar), অজয় দেৱগন(Ajay Devgn) আৰু মাধুৰী দীক্ষিত নেনেকে(Madhuri Dixit Nene) ধৰি প্ৰায় সংখ্যক বলীউড তাৰকা এইদৰে শোকস্তব্ধ হৈ পৰিছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ(Sidharth Shukla) অকাল মৃত্যুত ৷ ছ’চিয়েল মিডিয়াযোগে শোকবাৰ্তা প্ৰেৰণ কৰাৰ লগতে কিছুসংখ্যকে সিদ্ধাৰ্থৰ বাসগৃহত উপস্থিত হৈ তেওঁলৈ জনায় অন্তিম শ্ৰদ্ধাঞ্জলি ৷

চিটাৰা ডেস্ক, 3 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে টেলিভিশ্বন জগত তথা বলীউডত শোকৰ ছাঁ পেলাই অজান মুলুকলৈ গুছি গ’ল জনপ্ৰিয় অভিনেতা তথা ৰিয়েলিটি শ্ব’ বিগ বছ-১৩(Bigg Boss-13)ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লা(Sidharth Shukla)৷ মাত্ৰ 40 বছৰ বয়সতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেতাগৰাকীৰ । সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু শোকস্তব্ধ হৈ পৰিছে অনুৰাগীৰ লগতে বি-টাউনবাসী ।

সিদ্ধাৰ্থৰ মৃত্যুৰ বাতৰিয়ে পলকতে আচম্বিত কৰি তোলে তেওঁৰ পৰিয়াল, অজস্ৰ অনুৰাগী, টেলিভিশ্বন জগত তথা বলীউড তাৰকাসকলক ৷ কিয়নো এইগৰাকী অভিনেতাই অভিনয় আৰু সুন্দৰ ব্যক্তিত্বৰে সকলো দিশতে দখল লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ এই অকাল মৃত্যুৱে ছ’চিয়েল মিডিয়াত এক ধুমুহা সদৃশ পৰিৱেশৰ সৃষ্টি কৰে ৷

চলমান খান(Salman Khan), অক্ষয় কুমাৰ(Akshay Kumar), অজয় দেৱগন(Ajay Devgn) আৰু মাধুৰী দীক্ষিত নেনেকে(Madhuri Dixit Nene) ধৰি প্ৰায় সংখ্যক বলীউড তাৰকাই সিদ্ধাৰ্থৰ মৃত্যুত শোকবাৰ্তা প্ৰেৰণ কৰে ৷ বিগ বছ 13ৰ ঘোষক অভিনেতা চলমান খানে লিখিছে, বহু সোনকালেই গুচি গ’লা তুমি ৷ তোমাৰ পৰিয়াললৈ গভীৰ সমবেদনা, RIP ৷

  • Gone too soon Siddharth.. u shall be missed. Condolences to the family .. RIP🙏

    — Salman Khan (@BeingSalmanKhan) September 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সিদ্ধাৰ্থৰ প্ৰথমখন বলীউড ছবি ‘Humpty Sharma Ki Dulhania’ত একেলগে কাম কৰা অভিনেতা বৰুণ ধৱনে(Varun Dhawan) ছ’চিয়েল মিডিয়াযোগে শোকবাৰ্তা প্ৰেৰণ কৰাৰ লগতে সিদ্ধাৰ্থৰ উপস্থিত হৈ তেওঁলৈ জনাইছে একাঁজলি শ্ৰদ্ধাঞ্জলি ৷ ছ’চিয়েল মিডিয়াযোগে বৰুণে লিখিছে, RIP ভাই ৷ তোমাৰ দয়ালু হৃদয় আৰু সুন্দৰ ব্যক্তিত্বই বহুতৰ হৃদয়ত স্পৰ্শ কৰিছিল । আজি স্বৰ্গই এটা তৰা লাভ কৰিছে আৰু আমি তোমাক এটা হেৰুৱাইছো । তোমাৰ পৰিয়াল আৰু প্ৰিয়জনলৈ গভীৰ সমবেদনা ৷

সিদ্ধাৰ্থে অংশগ্ৰহণ কৰা অন্যতম ৰিয়েলিটি শ্ব’ ‘Jhalak Dikhhla Jaa’ বিচাৰক মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত নেনেই(Madhuri Dixit Nene) এসপ্তাহ পূৰ্বে ‘Dance Deewane’ৰ মঞ্চতো লগ পাইছিল সিদ্ধাৰ্থক ৷ সিদ্ধাৰ্থৰ মৃত্যুত আচম্বিত হৈ তেওঁ লিখিছে, এয়া অবিশ্বাস্য আৰু আচৰিত । তোমাক সদায় স্মৰণ কৰিম । তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক । তোমাৰ পৰিয়াললৈ আন্তৰিক সমবেদনা ৷

  • It's just unbelievable and shocking. You will always be remembered @sidharth_shukla. May your soul rest in peace. My heartfelt condolences to the family 😞

    — Madhuri Dixit Nene (@MadhuriDixit) September 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, শুক্লাৰ অকাল মৃত্যুত অভিনেতা অজয় দেৱগনে(Ajay Devgn) শোক প্ৰকাশ কৰি লিখিছে, জীৱন আৰু মৃত্যু দুয়োটাই আমাক বিস্মিত কৰি তোলে ৷ বিশেষকৈ যেতিয়া মানুহে অতি কম বয়সতে আমাৰ মাজৰ পৰা আঁতৰি যায় ৷ পৰিয়াললৈ গভীৰ সমবেদনা ৷

বলীউডৰ প্ৰসিদ্ধ অভিনেতা অক্ষয় কুমাৰে(Akshay Kuma) যদিও সিদ্ধাৰ্থক ব্যক্তিগতভাৱে লগ পোৱা নাছিল, তথাপিও তেওঁৰ এই অকাল মৃত্যুৱে দুখিত কৰি তুলিছে অক্ষয় কুমাৰক ৷ তেওঁ লিখিছে, সিদ্ধাৰ্থৰ দৰে প্ৰতিভা ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যোৱাতো সচাকৈয়ে দুখদায়ক ৷

  • Really sad to know about the passing away of #SiddharthShukla. I didn’t know him personally but it’s heartbreaking to know of such a talented life gone so soon. Om Shanti 🙏🏻

    — Akshay Kumar (@akshaykumar) September 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অভিনেতা ৰাজকুমাৰ ৰাওৰ(Rajkhumar Rao) শোক প্ৰকাশ, সিদ্ধাৰ্থৰ মৃত্যু এক অন্যায় ৷ সিদ্ধাৰ্থ সদায় আমাৰ হৃদয়ত থাকিব ৷ পৰিয়াললৈ গভীৰ সমবেদনা ৷

  • 💔😞This is so unfair. Gone too soon Sidharth. Rest in peace brother. You will be in our hearts forever. My deepest condolences to his family, friends & fans. pic.twitter.com/nMLWvEhL6J

    — Rajkummar Rao (@RajkummarRao) September 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অভিনেত্ৰী পৰিণীতি চোপ্ৰাই(Parineeti Chopra) লিখিছে, সিদ্ধাৰ্থৰ মৃত্যিৰ বাতৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ অক্ষম হৈছিল পৰিণীতি ৷ সিদ্ধাৰ্থ বাস্তৱিকতে লক্ষাধিক ভাল পাইছিল ৷

ইয়াৰোপৰি, কালাৰ্ছ টিভি(Colors TV), অভিনেতা মনোজ বাজপেয়ী(Manoj Bajpayee), ছবি নিৰ্মাতা ফাৰাহ খানকে(Farah Khan) ধৰি বহু কলা-কুশলী, বিগ বছৰ প্ৰতিযোগীবৃন্দ, সমগ্ৰ টেলিভিশ্বন জগতেই সিদ্ধাৰ শুক্লাৰ মৃত্যু এক আচৰিত বুলি শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক: কেনেকৈ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল ইণ্টেৰিঅ'ৰ ডিজাইনাৰ সিদ্ধাৰ্থ শুক্লাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.