ETV Bharat / science-and-technology

Ambrane Smart Sunglasses: এতিয়াৰে পৰা স্মাৰ্ট চশমাৰ সহায়ত কৰক ফোন, শুনক সংগীত

author img

By

Published : Sep 12, 2022, 10:03 PM IST

Mobile accessories নিৰ্মাণ কৰা কোম্পানী Ambraneয়ে মুকলি কৰিছে ইয়াৰ প্ৰথম স্মাৰ্ট চশমা (Smart Audio Sunglasses) ৷

Ambrane launches their first smart glasses glare with basic audio features
এতিয়াৰে পৰা স্মাৰ্ট চশমাৰ সহায়ত কৰক ফোন, শুনক সংগীত

নিউজ ডেস্ক, 12 ছেপ্টেম্বৰ: Mobile accessories নিৰ্মাণ কৰা কোম্পানী Ambraneয়ে মুকলি কৰিছে ইয়াৰ প্ৰথম স্মাৰ্ট চশমা (Smart Audio Sunglasses) ৷ Glare নামৰ এই স্মাৰ্ট চশমাৰ দাম মাত্ৰ ৪৯৯৯ টকাত ৰখা হৈছে আৰু কোম্পানীটোৱে ইয়াৰ সহায়ত ব্যৱহাৰকাৰীক এক অতি বিশেষ অডিঅ’ অভিজ্ঞতা প্ৰদান কৰাৰ দাবী কৰিছে । ক’লা ৰঙত অহা এই স্মাৰ্ট চশমা চাৰিকোণীয়া আৰু গোল ফ্ৰেমৰ আকাৰত উপলব্ধ ।

এম্ব্ৰেন গ্লেয়াৰ স্মাৰ্ট চশমাত বিল্ট-ইন লুকাই থকা স্পীকাৰ আছে আৰু ইয়াক মাল্টি-ফাংচনেল টাচ কণ্ট্ৰ’লৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰি । MEMS মাইক্ৰ’ফোন থকা এই ডিভাইচটোৱে HD চাৰউণ্ড চাউণ্ড অভিজ্ঞতা প্ৰদান কৰে আৰু ইয়াক IPX4 ৱাটাৰ ৰেজিষ্টেন্স ৰেটিঙৰ সৈতে মুকলি কৰা হৈছে । গ্লেয়াৰ স্মাৰ্ট চশমাক স্মাৰ্টফোন বা ব্লুটুথ ৫.১ সংযোগ থকা অন্য ডিভাইচৰ সৈতে সংযোগ কৰিব পাৰি ।

কোম্পানীটোৱে দাবী কৰিছে যে, চশমাত দিয়া স্পীকাৰৰ সহায়ত ব্যৱহাৰকাৰীয়ে এইচ ডি চাৰউণ্ড চাউণ্ড অভিজ্ঞতা লাভ কৰিব আৰু তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে উচ্চ পৰিৱেশৰ শব্দ হ্ৰাস কৰিব । ইয়াৰ জৰিয়তে ইমাৰ্ছিভ একাউষ্টিক অভিজ্ঞতা উপলব্ধ হ’ব আৰু এবাৰৰ চাৰ্জত ৭ ঘণ্টা পৰ্যন্ত বেটাৰী বেকআপৰ দাবী কৰিছে কোম্পানীটোৱে ।

লগতে পঢ়ক: Apple Watch Series: এতিয়াৰে পৰা Apple Watch Seriesত থাকিব এইসমূহ Feature

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.