ETV Bharat / jagte-raho

বিলাসীপাৰাত জব্দ 65টা গৰু

author img

By

Published : May 16, 2019, 9:26 PM IST

সীমান্তত অব্যাহত আছে গৰুৰ ছিণ্ডিকেট !

গৰু ছিণ্ডিকেট চক্ৰই বিলাসীপাৰা মহকুমাৰ বিভিন্ন পথ উপপথেৰে লৈ গৈ ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ গৰুসমূহ চালান দি আহিছে | ইয়াৰ পাচতো জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন, নদী আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে |

বিলাসীপাৰা , 16 মে' :ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে এতিয়াও অব্যাহত গৰুৰ চোৰাং সৰবৰাহ ৷ বিলাসীপাৰাত বাংলাদেশলৈ নিয়াৰ পথত জব্দ কৰা হয় 65 টাকৈ গৰু ৷ বৃহস্পতিবাৰে আৰক্ষীৰ অভিযানত জব্দ কৰা গৰুসমূহ ৰখা হৈছে নয়াহাট পণ্ডত |

সীমান্তত অব্যাহত আছে গৰুৰ ছিণ্ডিকেট !

গৰু ছিণ্ডিকেট চক্ৰই বিলাসীপাৰা মহকুমাৰ বিভিন্ন পথ উপপথেৰে লৈ গৈ ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ গৰুসমূহ চালান দি আহিছে | ইয়াৰ পাচতো জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন, নদী আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে |

Intro:Anchor - বিলাসীপাৰাত বৃহস্পতিবাৰে আৰক্ষীৰ অভিযান | বিয়লিৰ ভাগত চলোৱা অভিযানত ৬৫ টা কৈ অবৈধ গৰু জব্দ কৰিবলৈ সক্ষম হয় | আৰক্ষীয়ে জব্দ কৰা বাংলাদেশ অভিমুখী গৰু বোৰ নয়াহাট পণ্ডত ৰখা হৈছে |Body:V. O - ৰাজ্যত এতিয়া নাই কোনো ছিণ্ডিকেট | ৰাজ্যক ছিণ্ডিকেট মুক্ত বুলি ঢাক ঢোল পিটিছে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰ খনে | কিন্তু প্ৰকৃতাৰ্থত সেয়ে কিমান সচা | এই দৃশ্যটো লৈ মন কৰিলে সুস্পষ্ট হৈ পৰিব | এই বোৰ বাংলাদেশ অভিমুখী গৰু | গৰু ছিণ্ডিকেট চক্ৰই এইদৰে বিলাসীপাৰা মহকুমাৰ বিভিন্ন পথ উপপথেৰে লৈ গৈ ব্ৰহ্মপুত্ৰ নদীৰে বাংলাদেশত চালান কৰি আহিছে |Conclusion:ইয়াৰ পিছতো কিন্তু জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন নদী আৰক্ষী নীৰৱ ভুমিকা পালন কৰি অহাৰ অভিযোগ ৰাইজৰ | কিন্তু কেতিয়াবা নিজৰ মুনাফা আদায়ত অসুবিধা পালে নাটকীয় ভাবে আটক কৰা হয় এনে অবৈধ বাংলাদেশ অভিমুখী গৰু বোৰ | তেনে এক পদক্ষেপলৈ বিলাসীপাৰা আৰক্ষীয়ে আজি বিয়লিৰ ভাগত জব্দ কৰে ৬৫ টা কৈ অবৈধ গৰু |
Bite: গৰু ব্যৱসায়িক

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.