ETV Bharat / international

প্ৰাক্তন প্ৰচাৰ অভিযান অধ্যক্ষ পল মানাফ’ৰ্টক ক্ষমা প্ৰদান ড’নাল্ড ট্ৰাম্পৰ

author img

By

Published : Dec 24, 2020, 10:06 AM IST

Trump pardons former campaign chairman Paul Manafort
পল মানাফ’ৰ্টক ক্ষমা প্ৰদান ড’নাল্ড ট্ৰাম্পৰ

29 গৰাকী লোকৰ বাবে ক্ষমা আৰু শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৷ এই লোক কেইজনৰ ভিতৰত প্ৰাক্তন প্ৰচাৰ অভিযান অধ্যক্ষ পল মানাফ’ৰ্ট আৰু তেওঁৰ জোঁৱাইৰ পিতৃ চালৰ্ছ কুশনেৰৰ নাম অন্তৰ্ভুক্ত ৷

ইণ্টাৰনেশ্যনেল ডেস্ক,24 ডিচেম্বৰ : প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে 29 গৰাকী লোকৰ বাবে ক্ষমা আৰু শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে, য’ত প্ৰাক্তন প্ৰচাৰ অভিযান অধ্যক্ষ পল মানাফ’ৰ্ট আৰু তেওঁৰ জোঁৱাইৰ পিতৃ চালৰ্ছ কুশনেৰৰ নামো অন্তৰ্ভুক্ত হৈ আছে ৷

বুধবাৰে ট্ৰাম্পৰ এই ব্যৱস্থা গ্ৰহণত বিগত দুদিনৰ ব্যক্তিৰ সংখ্যা 49 জনলৈ বৃদ্ধি পায় ৷ উল্লেখ্য যে, মঙলবাৰে ট্ৰাম্পে তেওঁৰ বিশেষ অধিবক্তা ৰবাৰ্ট ম্যুৱেলাৰৰ তদন্তৰ ভিত্তিত প্ৰাক্তন কংগ্ৰেছ সদস্যসকলক ক্ষমা কৰি দিয়ে ৷ এই সদস্যসকল ইৰাকৰ নাগৰিকক হত্য়া কৰাৰ দোষীৰ প্ৰাথমিক সমৰ্থনকাৰী আৰু প্ৰাক্তন চৰকাৰী সহায়কাৰী আছিল ৷

লগতে পঢ়ক : কে.পি. শৰ্মা অলিক সংসদীয় নেতাৰ পদৰ পৰা বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.