ETV Bharat / international

মংগল আৰু বৃহস্পতিৰ মাজৰ ডাৰ্ফ প্লেনেট কেৰেছত পানীৰ অৱস্থিতি ধৰা পেলালে নাছাই

author img

By

Published : Aug 16, 2020, 4:01 PM IST

Dwarf planet Ceres is water-rich
dwarf planet Ceres জল সমৃদ্ধ

The dwarf planet Ceres হৈছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজৰ মুখ্য ক্ষুদ্ৰ গ্ৰহ বেল্টত অৱস্থিত এক উজ্জ্বল অংশ ৷ অৱশ্যে এইটো কোনো barren space rock নহয় ৷

নিউজ ডেস্ক, 16 আগষ্ট: মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজৰ মুখ্য ক্ষুদ্ৰ গ্ৰহ বেল্টত অৱস্থিত The dwarf planet Ceres ৷ পূৰ্বৰ বিশ্বাস অনুসৰি, এইটো এটা barren space rock নহয় ৷ নাছাৰ Dawn spacecraftৰ প্ৰতিবেদন অনুসৰি, এইটো সম্পূৰ্ণৰূপে পানীৰে ভৰপূৰ ৷ বিজ্ঞানীসকলৰ বিশ্লেষণৰ অন্তত বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰে যে, Ceresৰ নিম্নভাগত ব্ৰাইন তথা নিমখ সদৃশ পানীৰ এক গভীৰ ভঁৰাল থাকিব পাৰে, যিটো প্ৰায় 40 কিলোমিটাৰ গভীৰ আৰু 100 মাইল বহল ৷

Dwarf planet Ceres is water-rich
dwarf planet Ceres জল সমৃদ্ধ

দক্ষিণ কেলিফ’ৰ্ণিয়াত নাছাৰ Jet Propulsion Laboratoryৰ নিৰ্দেশক Marc Raymanয়ে সদৰি কৰে যে, Dawnক লৈ আমি এক অসাধাৰণ বহিৰ্মুখী অভিযান আৰম্ভ কৰিছিলো ৷ এক দীঘলীয়া অভিযানৰ অন্তত এই আকৰ্ষণীয় ফলাফল লাভ কৰিছো ৷

Ceresয়ে ক্ষুদ্ৰ গ্ৰহ বেল্টৰ প্ৰায় এক তৃতীয়াংশ অংশ আগুৰি আছে যদিও এতিয়াও চন্দ্ৰৰ তুলনাত বহুত সৰু ৷ 2015 চনত Dawn spacecraftয়ে Ceresত অভিযান চলাইছিল ৷ কিন্তু Dawnয়ে Ceresত সোমোৱাৰ পূৰ্বে বিজ্ঞানীসকলে দূৰবীক্ষণ যন্ত্ৰৰ সহায়েৰে উজ্জ্বল অঞ্চল প্ৰত্যক্ষ কৰে ৷ অৱশ্যে এই অঞ্চলৰ বিষয়ে তেওঁলোক অজ্ঞাত আছিল ৷

Dwarf planet Ceres is water-rich
dwarf planet Ceres জল সমৃদ্ধ

2018 চনৰ অক্টোবৰ মাহত অভিযানৰ অন্তত orbiterটো পৃষ্ঠৰ ওপৰৰ পৰা 35 কিলোমিটাৰতকৈও কম দূৰত্বত প্ৰত্যক্ষ কৰা হৈছিল ৷ বিজ্ঞানীসকলে অনুমান কৰিছিল যে, এই উজ্জ্বল অংশ ছডিয়াম কাৰ্বনেটেৰে ভৰি আছে ৷

সৌৰজগতৰ ডাঙৰ গ্ৰহৰ পৰা উৎপন্ন হোৱা Ceresৰ কোনো লাভ নহয় ৷ কিন্তু 92 কিলোমিটাৰ প্ৰশস্ত ‘Occator' ক্ৰেটাৰক কেন্দ্ৰ কৰি বিস্তৃত উজ্জ্বল অঞ্চলত বাসস্থান নিশ্চিত কৰা হৈছে ৷ এইটো এটা বৰফৰ পানীৰে ভৰপূৰ আন এক পৃথিৱী ৷

অভিযানত উল্লেখিত অনুসৰি, এই উজ্জ্বল অঞ্চল দুই মিলিয়ন বছৰতকৈ কম পুৰণি ৷ যোৱা 10 আগষ্টত Nature Astronomy, Nature Geoscience আৰু Nature Communications সংবাদ পত্ৰত প্ৰকাশিত হৈছে এই তথ্য ৷

লগতে পঢ়ক: বেলাৰুচত তীব্ৰ প্ৰতিবাদৰ পিছতো পদত্যাগ কৰিবলৈ অস্বীকাৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেকোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.