ETV Bharat / elections

ন কংগ্ৰেছী বিতুপন শইকীয়াৰ ভোটদান

author img

By

Published : Mar 27, 2021, 10:57 AM IST

গোলাঘাট সমষ্টিৰ ন কংগ্ৰেছৰ প্ৰাৰ্থী বিতুপন শইকীয়াই সাব্যস্ত কৰিলে ভোটদান ৷

bitupon saikia voting
ন কংগ্ৰেছী বিতুপন শইকীয়াৰ ভোটদান

গোলাঘাট,27 মাৰ্চ: আজিৰে পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ কংগ্ৰেছী বিতুপন শইকীয়াই প্ৰদান কৰিলে ভোট । গোলাঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিতুপন শইকীয়াই জামুগুৰী মধ্য ইংৰাজী বিদ্যালয় ভোট কেন্দ্ৰত সাব্যস্ত কৰে ভোট ।

প্ৰথম অৱস্থাৰ পৰা বিজেপিৰ লগত ৰাজনীতিৰ সৈতে জড়িত হৈ পৰা বিতুপন শইকীয়া প্ৰথম বাৰ কংগ্ৰেছৰ প্ৰাৰ্থী।

লগতে পঢ়ক: বিধানসভা নিৰ্বাচন : পুৱা 9 বজা পৰ্যন্ত 10.21 শতাংশ ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.