নগাঁৱত পথ দুৰ্ঘটনাত গুৰুতভাৱে আহত ডিব্ৰুগড়ৰ মহিলা চিকিৎসক

author img

By

Published : Sep 23, 2022, 3:16 PM IST

Road accident in Nagaon

নগাঁৱত অঘটন ৷ বঢ়মপুৰৰ নৰ্টম গাৱঁত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ আৰু গ্ৰেণ্ড আইটেনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত (Road accident in Nagaon) এগৰাকী মহিলা চিকিৎসক গুৰুতৰভাৱে আহত হয় ৷

  • নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Nagaon)
  • যাত্ৰীবাহী বাছ আৰু গ্ৰেণ্ড আইটেনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ
  • বঢ়মপুৰৰ নৰ্টম গাৱঁৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো
  • দুৰ্ঘটনাটোত গুৰুতভাৱে আহত হৈছে ডিব্ৰুগড়ৰ এগৰাকী মহিলা চিকিৎসক (One injured in Road Accident)
  • গ্ৰেণ্ড আইটেনৰ চালক ডাঃ ৰেজুৱানা বেনাজিকো সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ
  • দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.