ETV Bharat / city

হোজাই জিলাৰ যমুনামুখত ব্যৱসায়ীক আক্ৰমণ

author img

By

Published : Apr 28, 2019, 4:22 AM IST

হোজাই জিলাৰ যমুনামুখত ব্যৱসায়ীক আক্ৰমণ

হোজাই জিলাৰ যমুনামুখত ব্যৱসায়ীক আক্ৰমণ ৷ ব্যৱসায়ীক জনক আক্ৰমণ কৰি লুটি নিয়ে 1 লাখ টকা ৷

হোজাই 28 এপ্ৰিলঃ শনিবাৰে হোজাই জিলাৰ যমুনামুখৰ সৰুপথাৰত ব্যৱসায়ীক আক্ৰমণ ৷ জানিব পৰামতে শনিবাৰে বিয়লি সৰুপথাৰৰ শ্বাহজাহান নামৰ ব্যৱসায়ীজনক তিনি চাৰিজনীয়া এটা দলে আক্ৰমণ কৰি তেওঁৰ লগত থকা 1 লাখ টকা লুট কৰি লৈ যায় ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত শ্বাহজাহানক পিচত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

হোজাই জিলাৰ যমুনামুখত ব্যৱসায়ীক আক্ৰমণ
Intro:হোজাই জিলাৰ যমুনামুখত ব্যৱসায়িক আক্ৰমণ কৰি লুটি নিলে লক্ষাধিক টকা।


Body:শনিবাৰে বিয়লি যমুনামুখৰ সৰুপথাৰত সংঘটিত হয় ব্যৱসায়িক আক্ৰমণৰ ঘটনা। সৰুপথাৰৰ শাহজাহান নামৰ এইগৰাকী ব্যৱসায়িক তিনি চাৰিজনীয়া এটা দলে আক্ৰমণ কৰি তেওঁৰ লগত থকা এক লাখ টকা লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে। আক্ৰমণত গুৰুতভাৱে আহত শাহজাহানক নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
bite,
--------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৭-৪-১৯


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.