ৰাইজৰ দল এৰিলে ভবেন সন্দিকৈয়ে

author img

By

Published : Sep 20, 2022, 1:48 PM IST

Bhaben Handique resigns from Raijor Dal
ৰাইজৰ দল এৰিলে ভবেন সন্দিকৈয়ে ()

ৰাইজৰ দলৰ পৰা পদত্যাগ ভবেন সন্দিকৈৰ (Raijor Dal leader and spokesperson Bhaben Handique) ৷ তীব্ৰ আৰ্থিক সংকটৰ বাবেই পদত্যাগ কৰাৰ কথা উল্লেখ সন্দিকৈৰ ৷

  • ৰাইজৰ দলৰ পৰা পদত্যাগ ভবেন সন্দিকৈৰ (Raijor Dal leader and spokesperson Bhaben Handique)
  • মঙলবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নেতাগৰাকীয়ে সদৰী কৰে এই কথা
  • দলৰ সকলো পদবীৰ লগতে সাধাৰণ পদৰ পৰাও পদত্যাগ কৰে নেতাগৰাকীয়ে(Raijor Dal State Secretary Bhaben Handique Quits Party)
  • ৰাইজৰ দলৰ কৰ্ণধাৰ কমিটী, ৰাজ্যিক সম্পাদক, জিলাৰ তত্বাৱধায়কৰ দায়িত্বত আছিল ভবেন সন্দিকৈ
  • ইয়াৰ উপৰি দলৰ মুখপাত্ৰ, RTI চেলৰ আহ্বায়ক, বিত্তীয় কমিটীৰ সদস্য পদতো আছিল সন্দিকৈ
  • ৰাইজৰ দলৰ সভাপতিলৈ সোমবাৰে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে নেতাগৰাকীয়ে
  • তীব্ৰ আৰ্থিক সংকটৰ বাবেই পদত্যাগ কৰাৰ কথা উল্লেখ সন্দিকৈৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.