ETV Bharat / city

বিলাসীপাৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ ৰহস্যজনক আত্মহত্যা !

author img

By

Published : Sep 14, 2022, 7:11 PM IST

Suicide case at Bilasipara in Dhubri
বিলাসীপাৰাত আত্মহত্যাৰ ঘটনা

বিলাসীপাৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ চহৰখনৰ ৭ নং ৱাৰ্ড দুৰ্গাপুৰৰ এজন লোকে কৰিলে আত্মহত্যা (Suicide case at Bilasipara) ৷ লোকজন জন স্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷

  • বিলাসীপাৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা
  • চহৰখনৰ ৭ নং ৱাৰ্ডৰ দুৰ্গাপুৰৰ বাসিন্দা দিলীপ বৰকলিতা নামৰ লোকজনে কৰিলে আত্মহত্যা (Suicide case at Bilasipara)
  • দিলীপ বৰকলিতা (৫২) বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী আছিল
  • পৰৱৰ্তী সময়ত ঘটনাস্থলীত দণ্ডাধীশ, বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল উপস্থিত হয়
  • প্ৰাথমিক তদন্তৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ (Dhubri Civil Hospital) প্ৰেৰণৰ ব্যৱস্থা কৰে আৰক্ষীয়ে
  • পৰিয়ালৰ লোকৰ লগতে স্থানীয়লোকৰ মতে এয়া এক হত্যাকাণ্ড
  • ফলত এই ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে অঞ্চলটোত
  • সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে
    বিলাসীপাৰাত আত্মহত্যাৰ ঘটনা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.