ETV Bharat / bharat

জম্মু কাশ্মীৰত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ হৈ নিহত জোৱান

author img

By

Published : Oct 27, 2022, 10:46 PM IST

জম্মু-কাশ্মীৰত বুধবাৰে সন্ত্ৰাসবাদী আৰু সেনা জোৱানৰ মাজত প্ৰচণ্ড গুলীয়াগুলি ৷ সন্ত্ৰাসবাদীৰ গুলিত কুলভূষণ মান্তা (Baramulla Encounter succumbs) নামৰ এগৰাকী সৈনিক গুলীবিদ্ধ হৈ মৃত্যু হয় ৷

injured soldier was evacuated to a hospital in Srinagar, where he succumbed
জম্মু কাশ্মীৰত পুনৰ এনকাউণ্টাৰ, গুলীত আহত হৈ সৈনিকৰ মৃত্যু

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ: জম্মু কাশ্মীৰত বুধবাৰে পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়(Baramulla Encounter succumbs) ৷ জিলাখনৰ বাৰামুলা নামৰ অঞ্চলটোত সন্ত্ৰাসবাদী আৰু সেনা জোৱানৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলিত এজন সেনা জোৱান গুলিবিদ্ধ হয় ৷ গুলিবিদ্ধ জোৱানজন কুলভূষণ মান্তা বুলি জানিব পৰা হৈছে (Baramulla Encounter succumbs) ৷

কুলভূষণ মান্তাক গুলীবিদ্ধ অৱস্থাত শ্ৰীনগৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসালয়ত মৃত্যু হয় জোৱানজনৰ ৷ মান্তা ৫২ ৰাষ্ট্ৰীয় ৰাইফলছৰ সেনা জোৱান আছিল ৷

লগতে পঢ়ক: Tripura Gangrape : দলবদ্ধ ধৰ্ষণ কাণ্ডত ত্ৰিপুৰাত ৬ অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.