ETV Bharat / bharat

কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে গুজৰাট ৰাকেশ টিকাইতৰ প্ৰচাৰ

author img

By

Published : Apr 4, 2021, 11:03 PM IST

ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইতে দেওবাৰে তেওঁৰ দুদিনীয়া গুজৰাট ভ্ৰমণ আৰম্ভ কৰে ৷ তেওঁ গুজৰাটৰ বনসকান্ত জিলাৰ দেৱী অম্বাজীৰ মন্দিৰ ভ্ৰমণ কৰি কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে প্ৰচাৰ চলাব ৷

কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে  গুজৰাট ৰাকেশ টিকাইতৰ প্ৰচাৰ
কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে গুজৰাট ৰাকেশ টিকাইতৰ প্ৰচাৰ

নেচনেল নিউজ ডেস্ক, 4 এপ্ৰিল : ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইতে দেওবাৰে তেওঁৰ দুদিনীয়া গুজৰাট ভ্ৰমণ আৰম্ভ কৰে ৷ তেওঁ গুজৰাটৰ বনসকান্ত জিলাৰ দেৱী অম্বাজীৰ মন্দিৰ ভ্ৰমণ কৰি কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে প্ৰচাৰ কৰিব । ৷ টিকাইেত চুবুৰীয়া ৰাজ্য ৰাজস্থানৰ আবু ৰোড ষ্টেচনত নামিছিল য'ত কৃষকসকলে তেওঁক আদৰণি জনাইছিল ৷ কোভিড-19 প্ৰতি লক্ষ্য ৰাখি কোভিড নিগেটিভ প্ৰতিবেদন লগত লৈ আহি ইতিবাচক উত্তৰ দি টিকাইটে সাংবাদিকসকলক কয় যে তেওৰ সৈতে লকলো নথিপত্ৰ আছে ।

যদি গুজৰাটত প্ৰৱেশ কৰাৰ সময়ত প্ৰয়োজন হয় তেন্তে তেওঁ পাছপোৰ্ট দেখুয়াব ৷ টিকাইতে দিনটোৰ শেষত পালানপুৰত কৃষকসকলক সম্বোধন কৰাৰ সময় সূচী আছে ৷ কেন্দ্ৰৰ কৃষি সংস্কাৰ আইনৰ বিৰুদ্ধে বিগত বছৰৰ নৱেম্বৰৰ পৰা শ শ কৃষকে দিল্লীৰ সীমান্তত শিবিৰ কৰি আছে ৷প্ৰতিবাদী কৃষকসকলে তেওঁলোকৰ উৎপাদনৰ বাবে নূন্যতম সমৰ্থন মূল্যৰ (এমএছপি) আইন তিনিখন বাতিল কৰাৰ দাবী জনাইছে ৷ কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংঘৰ মাজত ১০ টাৰো অধিক আলোচনা হৈছে যদিও কৃষকসকলে প্ৰতিবাদ সমাপ্ত কৰিবলৈ ব্যৰ্থ হৈছে ।

লগতে পঢ়ক : পুনৰ বিতৰ্কত বিজেপি নেত্ৰী সোণালী ফ'গাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.