ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল

author img

By

Published : Sep 30, 2022, 12:37 PM IST

প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল
প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল

মুকলি কৰা হ’ল গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মুকলি কৰে বিশেষ ৰে’লখন ৷

  • আজি মুকলি হ’ল গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল(Vande Bharat Express train )
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মুকলি কৰে বিশেষ ৰে’লখন(Express train between Gandhinagar and Mumbai)
  • পুৱা প্ৰায় ১০.৩০ বজাত গান্ধীনগৰ ৰাজধানী ৰে’লৱে ষ্টেচনৰ পৰা ৰে’লখন ফ্লেগ অফ কৰে মোদীয়ে
  • কাভাচ প্ৰযুক্তিৰ(Kavach technology) বিশেষ ৰে’লখনে যাত্ৰীক বিমানৰ ভ্ৰমণৰ দৰে অভিজ্ঞতা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে
  • ৰে’লখন ৰাইজৰ বাবে মুকলি কৰি গান্ধী নগৰৰ পৰা আহমেদাবাদলৈকে যাত্ৰী হিচাবে যাত্ৰা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.