মিজোৰামত বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ আটক এজন

author img

By

Published : Sep 2, 2022, 8:29 AM IST

Large amount of explosives seized in Mizoram
মিজোৰামত বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ আটক এজন ()

মিজোৰামত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক (Assam rifles recovers) ৷ অসম ৰাইফলছৰ অভিযানত জব্দ এই বিস্ফোৰকখিনি ৷ ভানলালচুংগা নামৰ এজন লোককো সেনাই কৰিলে আটক ৷ চাম্ফাই জিলাৰ ভাকাটকাই অঞ্চলত অসম ৰাইফলছৰ এটা দলে চলাইছিল অভিযান ৷

  • মিজোৰামত জব্দ বৃহৎ পৰিমানৰ বিস্ফোৰক (Assam rifles operation)
  • অসম ৰাইফলছৰ অভিযানত জব্দ এই বিস্ফোৰকখিনি (Large amount of explosives seized)
  • ভানলালচুংগা নামৰ এজন লোককো সেনাই কৰিলে আটক
  • চাম্ফাই জিলাৰ ভাকাটকাই অঞ্চলত অসম ৰাইফলছৰ দলে চলাইছিল অভিযান
  • জব্দ হোৱা বিস্ফোৰকসমূহৰ ভিতৰত আছে ডিটনেটৰ, জেলটাটিন ষ্টিক, চেফটি ফিউজ
  • লগতে পোৱা গৈছে চীনত নিৰ্মাণ ৱাকি টকিকে ধৰি বহু আপত্তিজনক সামগ্ৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.