ETV Bharat / bharat

ৰাষ্ট্ৰীয় আয়ুস মিছনৰ অধীনত ৰাজস্থানক বিশেষ মৰ্যদা দিয়াৰ দাবী অশোক গেহলটৰ

author img

By

Published : Nov 13, 2020, 7:27 PM IST

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰীয় আয়ুস মিছনৰ অধীনত ৰাজস্থানক বিশেষ মৰ্যাদা দিয়াৰ দাবী জনায় ৷

Gehlot demands special status for Rajasthan under National AYUSH Mission
ৰাষ্ট্ৰীয় আয়ুস মিছনৰ অধীনত ৰাজস্থানক বিশেষ মৰ্যাদা দিয়াৰ দাবী অশোক গেহলটৰ

নিউজ ডেস্ক, 13 নৱেম্বৰঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰীয় আয়ুস মিছনৰ অধীনত ৰাজস্থানক বিশেষ মৰ্যাদা দিয়াৰ দাবী জনাইছে ৷ তেও কয় যে, দেশত আয়ুস ক্ষেত্ৰত সকলোতকৈ বৃহৎ প্ৰাথমিক সমস্যা ৰাজস্থানতে আছে ৷ লগতে ৰাজস্থানত 5,000 খন আয়ুস চিকিৎসা কেন্দ্ৰ চলি আছে বুলি জনায় ৷

গেহলটে পঞ্চম আয়ুৰ্বেদ দিৱসত আয়োজন কৰা এক অনুষ্ঠানক সম্বোধন কৰি এই মন্তব্য কৰে ৷ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক কেন্দ্ৰ আৰু জামনগৰস্থিত আয়ুৰ্বেদ অধ্যয়ন তথা অনুসন্ধান কেন্দ্ৰক দেশৰ বাবে সমৰ্পিত কৰে ৷

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাৰ মতিভ্ৰম হৈছেঃ মৌলানা আব্দুল কাদিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.