Daily Horoscope for 6th August: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 6, 2022, 5:11 AM IST

daily-horoscope-for-6th-august

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

মেষ ৰাশি: নতুন পোছাক আৰু গহণা ক্ৰয় কৰিব পাৰে ৷ বন্ধুৰ লগত বজাৰ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো আনন্দৰে কটাব ৷ ব্যয় বৃদ্ধি ৷ খ্যাতি বৃদ্ধি ৷ নতুনকৈ লগ পোৱা মানুহৰ লগত বন্ধুত্ব গঢ়াৰ আগতে ভাবি চাওক ৷ সতৰ্ক হওক । স্বাস্থ্যৰ যত্ন লওক ৷

বৃষ ৰাশি: ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক হ’ব ৷ ব্যৱসায়ীক দিশত প্ৰতিদ্বন্দীৰ লগত বিজয়ী হ’ব ৷ সহকৰ্মীৰ পৰা সহায় পাব ৷ বন্ধুৰ লগত আবেলিৰ সময়খিনি আনন্দেৰে কটাব পাৰে ৷

মিথুন ৰাশি: নতুন কাম হাতত নল’ব ৷ সামাজিক যোগাযোগ সীমিত হ’ব ৷ সন্তানৰ বাবে চিন্তা থাকিব ৷ শান্ত আৰু আৰামদায়ক হ’ব ৷ ঘৰুৱা পৰিবেশ বন্ধুত্বপূৰ্ণ হ’ব ৷ প্ৰেৰণা লাভ কৰিব ৷ সামাজিক মান্যতা আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

কৰ্কট ৰাশি: বিৰক্তি আৰু অলসভাৱ মনলৈ আহিব ৷ দুদোল্যমান মনক নিয়ন্ত্ৰণ কৰক ৷ শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰাত মন স্থিৰ কৰক ৷ ভ্ৰমণৰ পৰিকল্পনা সলনি কৰক ৷ মাতৃৰ শৰীৰৰ অৱনতি ঘটিব পাৰে, যত্ন লওক ৷ নতুন কামৰ আৰম্ভণি নকৰিব ৷

সিংহ ৰাশি: নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ শুভ দিন ৷ বিনিয়োগৰ বাবে উপযুক্ত সময় ৷ আৱেগিক হৈ পৰিব ৷ হতাশাত ভূগিব ৷ সম্পত্তিৰ লেনদেন নকৰিব ৷ সতৰ্ক হৈ থাকক ৷

কন্যা ৰাশি: মনে মনে থাকিব ৷ দিনটো শান্তিৰে পাৰ হৈ যাব ৷ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ বৌদ্ধিক চৰ্চা কৰিব পাৰে ৷ কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

তুলা ৰাশি: কামত মনোযোগ হ’ব ৷ দিনটো আনন্দৰে কটাব ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক ৷ পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ অহংকাৰ ভাৱ আহিব নিদিব ৷

বৃশ্চিক ৰাশি: নিৰাশাবাদী মনোভাৱক দূৰত ৰাখক ৷ আইনী কামকাজসমূহৰ পৰা আঁতৰত থাকক ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ আত্ম-বিশ্বাসী হৈ পৰিব ৷ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব ৷ ব্যয় বৃদ্ধি ৷

ধনু ৰাশি: লাভ বৃদ্ধি ৷ আয় বৃদ্ধি ৷ অত্যাধিক ব্যয় নকৰিব ৷ মানুহৰ লগত আচাৰ-ব্যৱহাৰ কৰোতে শান্ত আৰু ধৈৰ্যশীল হ’ব ৷ গাড়ী চলাওতে সতৰ্ক হওক ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷

মকৰ ৰাশি: সম্পত্তি বিষয়ক লেনদেন কৰিব পাৰে ৷ কৰ্মস্থলীত নতুন কাম আৰম্ভ কৰিব পাৰে ৷ পদোন্নতিৰ সম্ভাৱনা ৷ বন্ধুৰ লগত কটাওক ৷

কুম্ভ ৰাশি: পেচাদাৰী লোকসকলে সাৱধানতা অৱলম্বন কৰিব লগা হ’ব পাৰে ৷ জ্যেষ্ঠসকলৰ লগত ব্যৱহাৰ কৰোতে শান্ত হৈ থাকক ৷ শান্ত হৈ থাকিব ৷ দিনটো আনন্দৰে কটাব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মীন ৰাশি: চিন্তাধাৰা উন্নত হ’ব ৷ লিখা-পঢ়াত ব্যস্ত থাকক ৷ দিনটো আনন্দৰে কটাওক ৷ আগ্ৰহী হোৱাৰ সম্ভাৱনা আছে ৷ কৰ্মস্থলীত সতৰ্ক হওক ৷ সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীসকলৰ লগত দীঘলীয়া আলোচনাৰ পৰা আঁতৰত থাকক ৷ বিপদত পেলাব পাৰে ৷ স্বাস্থ্যৰ যত্ন লওক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.