ETV Bharat / bharat

Daily Horoscope for 25th February: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Feb 25, 2022, 5:11 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily-horoscope-for-25th-february
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: অবৈধ বা অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ কোনোধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব ৷ সতৰ্কতা অৱলম্বন কৰক ৷

বৃষ ৰাশি: কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ প্ৰেমত ভাল ৷ বিবাহিতসকলৰ বাবে শুভ ৷

মিথুন ৰাশি: দিনটোত আনন্দেৰে পাৰ হ’ব ৷ দিনটো ভাল ৷

ককৰ্ট ৰাশি: শুভ দিন । পেটৰ অসুখ হ’ব পাৰে । স্বাস্থ্যৰ উন্নতি । কোনো অসম্পূৰ্ণ কাম আজি হাতত লৈ সমাপ্ত কৰিব পাৰিব ।

সিংহ ৰাশি: সফলতা লাভ । ব্যয় বৃদ্ধি ৷ বিনিয়োগত লোকচান হ’ব পাৰে । ভৱিষ্যতৰ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে । বৌদ্ধিক যুক্তিতৰ্ক আৰু আলোচনাৰ পৰা আতঁৰত থাকক ।

কন্যা ৰাশি: মা লক্ষ্মীৰ কৃপা লাভ ৷ অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনা আছে । মাতৃৰ স্বাস্থ্যৰ যত্ন লওক । মন প্ৰফুল্লিত হৈ থাকিব ।

তুলা ৰাশি: দিনটো প্ৰায় ভাল ৷ সফলতা লাভ কৰিব ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷

বৃশ্চিক ৰাশি: নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷

ধনু ৰাশি: স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব । ঘৰতো কোনো বিবাদ বা কাজিয়াৰ হ’ব পাৰে ৷ কোনো পুৰণা বন্ধুক লগ পাব পাৰে ৷

মকৰ ৰাশি: পেচাদাৰী আৰু ব্যৱসায়ীকৰ বাবে দিনটো ফলপ্ৰসূ হ’ব । দিনটো আনন্দদায়ক আৰু আৰামদায়ক হৈ থাকিব । শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব । ব্যয় বৃদ্ধি ।

কুম্ভ ৰাশি: পদোন্নতি লাভ ৷ প্ৰশংসা লাভ । স্বাস্থ্য প্ৰায় ভালে থাকিব । দিনটো প্ৰায় সুখদায়ক আৰু আৰামদায়ক হ’ব ৷

মীন ৰাশি : সৃষ্টিশীল কামত মনোনিৱেশ কৰিব পাৰে । অৰ্থ লাভৰ সম্ভাৱনা আছে । শাৰীৰিক অৱনতি ঘটিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.