ETV Bharat / bharat

Tripura MLA resigned: ত্ৰিপুৰাত বিজেপি বিধায়কৰ পদত্যাগ

author img

By

Published : Dec 28, 2022, 8:02 PM IST

ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপিত মোক্ষম আঘাত ৷ বুধবাৰে দলটোৰ এজন বিধায়কে ত্ৰিপুৰা বিধানসভাৰ পৰা পদত্যাগ কৰে (BJP MLA Resigns In Tripura) । দিবাচন্দ্ৰ ৰাংখালে ত্যাগ কৰে বিধায়ক পদ ৷

bjp-mla-resigns-from-tripura-assembly
দিবাচন্দ্ৰ ৰাংখালে ত্যাগ কৰে বিধায়ক পদ

  • ত্ৰিপুৰাত বিজেপি বিধায়কৰ পদত্যাগ (BJP MLA Resigns In Tripura)
  • বিধানসভা নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাত বিজেপিৰ বাবে মোক্ষম আঘাত
    bjp-mla-resigns-from-tripura-assembly
    দিবাচন্দ্ৰ ৰাংখালে ত্যাগ কৰে বিধায়ক পদ
  • বিধায়ক পদ ত্যাগ কৰিলে দিবাচন্দ্ৰ ৰাংখালে (BJP MLA resigns)
  • ৰাংখাল আছিল কৰমচাড়া বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক
  • অনসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰমচাড়া সমষ্টি
  • আজি কেইবাজনো কংগ্ৰেছ নেতাক লগত লৈ বিধায়ক পদ ত্যাগ কৰে দিবাচন্দ্ৰ ৰাংখালে
  • ৰাংখালকে ধৰি এই পৰ্যন্ত ত্ৰিপুৰাত পাঁচজন বিজেপি বিধায়কে এৰিছে বিধায়ক পদ
  • একেদৰে তিনিজন IPTF বিধায়কেও ইতিমধ্যে বিধায়ক পদ ত্যাগ কৰিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.