ETV Bharat / bharat

1984 চনৰ শিখ সাম্প্ৰদায়িক সংঘৰ্ষঃ গৃহ মন্ত্ৰালয়ৰ তদন্তৰ নিৰ্দেশ

author img

By

Published : Sep 9, 2019, 11:56 PM IST

1984 চনৰ শিখ সাম্প্ৰদায়িক সংঘৰ্ষঃ গৃহ মন্ত্ৰালয়ৰ তদন্তৰ নিৰ্দেশ

1984 চনত শিখসকলৰ বিৰুদ্ধে সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিশেষ তদন্তকাৰী দল গঠন কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷

নিউজ ডেস্ক, 9 ছেপ্তেম্বৰঃ ইজনৰ পিচত সিজন কংগ্ৰেছী নেতাৰ বাবে বিপদ হৈ দেখা দিছে কেন্দ্ৰীয় চৰকাৰ ৷ শেহতীয়াকৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ বিৰুদ্ধে গৃহমন্ত্ৰালয়ে বিশেষ তদন্তকাৰী দল গঠন কৰি 1984 চনত শিখসকলৰ বিৰুদ্ধে সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ দিল্লীৰ শিৰোমণি আকালী দলৰ বিধায়ক মনজিন্দৰ সিং চিৰচাই প্ৰকাশ কৰিছে এই তথ্য ৷

আকালী দলে ৰুজু কৰা গোচৰৰ ভিত্তিতে গোচৰ সংখ্যা 601/84ৰ পুনৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে বিশেষ তদন্তকাৰী দল গঠন কৰি সমগ্ৰ গোচৰটো পুনৰবাৰ পৰীক্ষা কৰাৰ লগতে কমল নাথৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

Intro:Body:

Trouble for Kamal Nath as MHA to reopen 1984 riot cases



New Delhi, Sep 9 The Union Home Ministry has cleared a proposal to reopen 1984 anti-Sikh riot cases against Madhya Pradesh Chief Minister Kamal Nath, Delhi''s Shiromani Akali Dal MLA Manjinder Singh Sirsa said on Monday.



"A big victory for Akali Dal. SIT Opens case against @OfficeOfKNath for his alleged involvement in 1984 Sikh genocide. Notification issued by MHA upon my submission last year, Case number 601/84 to reopen and consider fresh Evidence against Kamal Nath," he said in a tweet.



Sirsa, who is the President of Delhi Sikh Gurudwara Management Committee (DSGMC), said that a Special Investigation Team was investigating allegations against Nath.



"I thank the SIT for reopening the case. I request the people who were an eyewitness to Kamal Nath killing Sikhs to come forward and become a witness, there is no need to be scared," he said.



Sirsa also lashed out at the Congress over continuance of Kamal Nath as Chief Minister despite his alleged involvement in the 1984 riots targeting the Sikh community.



Briefing media, he urged Congress'' interim President Sonia Gandhi to seek his resignation so that Sikhs get justice for 1984 riots near Gurudwara Rakab Ganj here.


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.