ETV Bharat / bharat

নিৰ্ভয়া কাণ্ড : 11 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Feb 7, 2020, 8:18 PM IST

নিৰ্ভয়া কাণ্ড সম্পৰ্কত 11 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব ৷ উল্লেখ্য যে, দিল্লী উচ্চ ন্য়ায়ালয়ৰ ৰায়দানক প্ৰত্যাহ্বান জনাই কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷

11 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
নিৰ্ভয়া কাণ্ডৰ দোষী

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী : দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ প্ৰত্যাহ্বান জনাই কেন্দ্ৰই কৰা আবেদনৰ 11 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷

কেন্দ্ৰই দাখিল কৰা আবেদনৰ ওপৰত ভিত্তি কৰি অপৰাধী কেইজনক জাননী জাৰি কৰিব লাগে বুলি তুষাৰ মেহতাই কৰা মন্তব্যক গুৰুত্ব প্ৰদান নকৰিলে অধিবক্তা আৰ. ভানুমাথিৰ নেতৃত্বত গঠিত বিচাৰক মণ্ডলীয়ে ৷ লগতে বিচাৰকৰ মণ্ডলীয়ে কয় যে, ইয়াৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰিব ৷

এই বিচাৰক মণ্ডলীত থকা অন্য দুই সদস্য অশোক ভূষণ আৰু এ. এছ. বোপান্নাই মেহতাক জনায় যে, এই সম্পৰ্কত তেওঁলোকে 11 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব আৰু অপৰাধী কেইজনক জাননী জাৰি কৰিব লাগে নে নাই সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

ইয়াৰ পাচতে মেহতাই কয় যে, এই বিষয়টোৱে "ৰাষ্ট্ৰৰ ধৈৰ্যৰ পৰীক্ষা লৈছে" আৰু ন্যায়ালয়ে ইয়াৰ বাবে আইন গঠন কৰা উচিত ৷

আৰু পঢ়ক : চীনৰ ৱুহান চহৰৰ পৰা অনা হৈছে 645 গৰাকী ভাৰতীয়ক

ZCZC
PRI GEN LGL NAT
.NEWDELHI LGD9
SC-NIRBHAYA
Nirbhaya case: SC to hear on Feb 11 Centre's plea against Delhi HC verdict
         New Delhi, Feb 7 (PTI) The Supreme Court on Friday said it will hear on February 11 the Centre's plea challenging the Delhi High Court's verdict that had dismissed its petition against the stay on the execution of the four Nirbhaya gang rape and murder case convicts.
         A bench headed by Justice R Bhanumathi did not heed to the request of Solicitor General Tushar Mehta, who was seeking issuance of notice to the four convicts on the Centre's plea, saying it would further delay the matter.
          The bench, also comprising justices Ashok Bhushan and A S Bopanna, told Mehta that it would hear him on February 11 and it may consider whether notice was required to be issued to the convicts.
          At the outset, Mehta told the court that the "nation's patience is being tested" in the matter and bench will have to lay down a law on the issue. PTI ABA MNL URD
ANB
ANB
02071313
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.