ETV Bharat / bharat

ৰাজ সাহায্য বিহীন ৰন্ধন গেছৰ মূল্য হ্ৰাস

author img

By

Published : Aug 1, 2019, 4:00 PM IST

এতিয়াৰ পৰা প্ৰতিটো ৰাজ সাহায্য বিহীন ৰন্ধন গেছৰ মূল্য হ’ব 578.50 টকা

ৰাজ সাহায্য বিহীন ৰন্ধন গেছৰ মূল্য হ্ৰাস

নিউজ ডেস্ক, 1 আগষ্ট: ৰাজ সাহায্য বিহীন ৰন্ধন গেছৰ মূল্য 62.50 টকা হ্ৰাস ৷ এতিয়াৰ পৰা প্ৰতিটো ৰাজ সাহায্য বিহীন ৰন্ধন গেছৰ মূল্য হ’ব 578.50 টকা ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰ-টকাৰ বজাৰৰ দৰ সালসলনী হোৱাৰ বাবে এই মূল্য হ্ৰাস পাইছে ৷ ইয়াৰ পূৰ্বেও বিগত জুলাই মাহত ৰাজ সাহায্য বিহীন ৰন্ধন গেছৰ মূল্য 100.50 টকা হ্ৰাস কৰা হৈছিল ৷ ইয়াৰ পিছতেই বিগত দুটা মাহত ৰাজ সাহায্য বিহীন ৰন্ধন গেছৰ মূল্য 163 টকা হ্ৰাস পালে ৷

Intro:Body:

News


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.