ETV Bharat / bharat

ৰাজস্থানত ভূপতিত মিগ-27 যুদ্ধ বিমান

author img

By

Published : Mar 31, 2019, 3:09 PM IST

etv bharat

কথপমি প্ৰাণ ৰক্ষা বিমান চালকৰ ৷

নিউজ ডেস্ক, 31 মাৰ্চ : ৰাজস্থানত ভূপতিত ভাৰতীয় বায়ুসেনাৰ মিগ-27 যুদ্ধ বিমান ৷ দৈনন্দিন অনুশীলনৰ বাবে যোধপুৰৰ পৰা চিৰোহীলৈ উৰা মৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ আকাশমাৰ্গতেই ভস্মীভূত হয় মিগ-27 যুদ্ধ বিমানখন৷ ফলত চিৰোহী অঞ্চলত বাগৰি পৰে বিমানখন ৷ ভাৰতীয় বাযুসেনাই প্ৰকাশ কৰিছে এই তথ্য ৷

চিৰোহীৰ গোদানা গাঁৱত ভূপতিত হোৱা যুদ্ধ বিমানখনৰ পৰা পেৰাচুটেৰে কথমপি প্ৰাণ ৰক্ষা কৰে চালকজনে ৷


IAF's MiG 27 aircraft crashes near Jodhpur


ৰাজস্থানত ভূপতিত মিগ-27 যুদ্ধ বিমান

কথপমি প্ৰাণ ৰক্ষা বিমান চালকৰ ৷ 


নিউজ ডেস্ক, 31 মাৰ্চ : ৰাজস্থানত ভূপতিত ভাৰতীয় বায়ুসেনাৰ মিগ-27 যুদ্ধ বিমান ৷ দৈনন্দিন অনুশীলনৰ বাবে যোধপুৰৰ পৰা চিৰোহীলৈ উৰা মৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ আকাশমাৰ্গতেই ভস্মীভূত হয় মিগ-27 যুদ্ধ বিমানখন৷  ফলত চিৰোহী অঞ্চলত বাগৰি পৰে বিমানখন ৷ ভাৰতীয় বাযুসেনাই প্ৰকাশ কৰিছে এই তথ্য ৷ 
2859156_l.jpg
চিৰোহীৰ গোদানা গাঁৱত ভূপতিত হোৱা যুদ্ধ বিমানখনৰ পৰা পেৰাচুটেৰে কথমপি প্ৰাণ ৰক্ষা কৰে চালকজনে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.