ETV Bharat / bharat

ট্ৰ'ফী লাভ কৰাটো দলৰ চূড়ান্ত লক্ষ্যঃ কেমাৰ ৰোচ

author img

By

Published : Jul 5, 2020, 10:48 PM IST

ৱেষ্ট ইণ্ডিজৰ ফাষ্ট বলাৰ কেমাৰ ৰোচে জনাই যে, ৮ জুলাইত হ'বলগীয়া বহু প্ৰত্যাশিত three-Testৰ ট্ৰ'ফী লাভ কৰাটো দলৰ চূড়ান্ত লক্ষ্য । মাৰ্চত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলখন মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে স্থগিত ৰখা হৈছিল । কিন্তু ৮ জুলাইৰ পৰা পুনৰ খেলখন আৰম্ভ কৰা হ'ব বুলি জানিব পৰা গৈছে ।

england-tour-like-the-ashes-for-us-says-wi-pacer-roach
england-tour-like-the-ashes-for-us-says-wi-pacer-roach

স্পৰ্টছ ডেস্ক, ৫ জুলাই : ৱেষ্ট ইণ্ডিজৰ ফাষ্ট বলাৰ কেমাৰ ৰোচে জনাই যে, ৮ জুলাইত হ'বলগীয়া বহু প্ৰত্যাশিত three-Testৰ ট্ৰ'ফী লাভ কৰাটো দলৰ চূড়ান্ত লক্ষ্য হ'ব লাগে । মাৰ্চত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলখন মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে স্থগিত ৰখা হৈছিল । কিন্তু ৮ জুলাইৰ পৰা পুনৰ খেলখন আৰম্ভ কৰা হ'ব বুলি জানিব পৰা গৈছে । লগতে এই খেলখনৰ অন্তিম দুখন চিৰিজ ক্ৰিকেট মানচেষ্টাৰ Old Trafford ত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

england-tour-like-the-ashes-for-us-says-wi-pacer-roach
three-Test ৰ ট্ৰ'ফী লাভ কৰাটো দলৰ চূড়ান্ত লক্ষ্যঃ কেমাৰ ৰোচ

বিগত শৃংখলাত ৱেষ্ট ইণ্ডিজৰ কেৰিবিয়েন দ্বীপত অনুষ্ঠিত হোৱা খেলখনত ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক পৰাস্ত কৰিছিল ।

england-tour-like-the-ashes-for-us-says-wi-pacer-roach
three-Test ৰ ট্ৰ'ফী লাভ কৰাটো দলৰ চূড়ান্ত লক্ষ্যঃ কেমাৰ ৰোচ

খেলুৱৈ গৰাকীয়ে পুনৰ কয় যে, পুনৰ খেলখনত আমি জয়লাভ কৰাটোৱে লক্ষ্য হ'ব লাগিব । চূড়ান্ত খেলখনত জয়লাভ কৰাৰ বাবে সকলোৱে চেষ্টা চলাব কিন্তু আমি আমাৰ লক্ষ্যত অটল হ'ব লাগিব ।

উল্লেখযোগ্য যে, মহামাৰী কোভিড-১৯ৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ ICC য়ে ক্ৰিকেটৰ ক্ষেত্ৰত বহুতো নিষেধাজ্ঞ জাৰি কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.