ETV Bharat / bharat

বড়ো শান্তি চুক্তিয়ে কেন্দ্ৰক শক্তিশালী কৰাৰ বিপৰীতে দুৰ্বল কৰিছে অসমক

author img

By

Published : Jan 30, 2020, 5:42 PM IST

বড়ো শান্তি চুক্তিয়ে কেন্দ্ৰক শক্তিশালী কৰাৰ বিপৰীতে দুৰ্বল কৰিছে অসমক
বড়ো শান্তি চুক্তিয়ে কেন্দ্ৰক শক্তিশালী কৰাৰ বিপৰীতে দুৰ্বল কৰিছে অসমক

কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে ভাৰতৰ যি গণতান্ত্ৰিক ব্যৱস্থা আছে তাত কেন্দ্ৰৰ একনায়কত্বক অধিক সুদীৰ্ঘ কৰিব ৷

চলিত বৰ্ষৰ 27 জানুৱাৰী সোমবাৰে এক ত্ৰিপাক্ষিক বৈঠকত স্বাক্ষৰিত কৰা হয় তৃতীয় বড়ো শান্তি চুক্তি ৷ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু এনডিএফবিৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি ৷ ইয়াৰ পাচতেই নগা আৰু আলফা চুক্তিৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে ভাৰতৰ যি গণতান্ত্ৰিক ব্যৱস্থা আছে তাত কেন্দ্ৰৰ একনায়কত্বক অধিক সুদীৰ্ঘ কৰিব ৷ অৱশ্যে এটা যুক্তিযুক্ততা থাকিব পাৰে যে, এই চুক্তিৰ দ্বাৰা তৃণমূল পৰ্যায়ত ক্ষমতাৰ স্থানন্তৰ কৰা হৈছে ৷ আন কথাত ৰাজ্য চৰকাৰক আওকান কৰি কেন্দ্ৰৰ স্থিতি শক্তিশালী কৰাৰ এক চেষ্টা বুলিও উল্লেখ কৰিব পাৰি ৷

এই ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে কেন্দ্ৰীয় পৰ্যায়ৰ ৰাজ্যমন্ত্ৰী, বড়োলেণ্ড স্বায়িত্ব শাসিত আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে বড়োলেণ্ড প্ৰাদেশিক ক্ষেত্ৰৰ সকলো দিশ চোৱা-চিতা কৰিব ৷ এই প্ৰতিনিধিৰ দলটোৱে এটা বৰ্ষত দুবাৰকৈ সকলো ব্যৱহাৰিক দিশ আৰু বড়ো অঞ্চলৰ ভাগ্য নিৰ্ণয়ৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰিব ৷ যদিহে অতি গুৰুত্ব সহকাৰে দেখা যায় ইয়াৰ দ্বাৰা বড়োসকলে অত্যাধিক কাৰ্যবাহী, আইনগত, প্ৰশাসনিক তথা আৰ্থিক ক্ষমতা লাভ কৰিবলৈ সক্ষম হ’ব ৷ কিন্তু ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰে এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰাৰ পৰা বঞ্চিত হ’ব ৷

এইটো মন ৰখা উচিত যে, এইয়া তৃতীয় বড়ো চুক্তি ৷ ইয়াৰ পূৰ্বে আবছুৰ নেতৃত্বত 1993 চনত Bodoland Autonomous Council (BAC) স্বাক্ষৰিত হৈছিল ৷ তাৰ পাচত দ্বিতীয়বাৰৰ বাবে 2003 চনত Bodo Liberation Tigers চমুকৈ বিএলটিৰ সৈতে BTC অৰ্থাৎ Bodoland Territorial Council গঠন হৈছিল ৷ 27 জানুৱাৰীত স্বাক্ষৰিত হোৱা এই চুক্তিৰ পাচতেই Bodoland Territorial Region হিচাপে ঘোষণা কৰা হয় ৷ যাৰ দ্বাৰা প্ৰশাসনিক, কাৰ্যবাহী দিশত পূৰ্বতকৈ অধিক শক্তিশালী হ’ব BTR ত৷

আন এক যুক্তি হ’ব পাৰে যে ইয়াৰ দ্বাৰা ৰাজ্যবাদৰ দাবী আগন্তুক দিনলৈ উত্থাপন নহ’ব পাৰে ৷ বড়ো শীৰ্ষ নেতা গোবিন্দ বসুমতাৰীয়ে কৈছে যে, যি প্ৰস্তাৱ লোৱা হৈছে তাত আমি সন্তুষ্ট ৷ এই নতুন মডেলটো এখন স্বতন্ত্ৰ ৰাজ্যৰ দৰেই ৷ গতিকে এখন নতুন ৰাজ্য গঠনৰ প্ৰয়োজনীয়তা আমি বোধ নকৰো ৷

কেন্দ্ৰৰ চিন্তাক কিহে অনুপ্ৰাণিত কৰিছে -

এক্ট ইষ্ট পলিচিৰ অনুসৰণ কৰি উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ সাংস্কৃতিক সমন্ধৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি দক্ষিণ পূৱ এছিয়াৰ দেশ সমূহৰ সৈতে আৰ্থিক আৰু ৰাজনৈতিক সমন্ধৰ উদ্দশ্য সোমাই আছে ৷ চৰকাৰ জ্ঞাত যে, 22 কিলোমিটাৰ চিকেন নেকৰ নেক লেণ্ডৰ কৰিডৰে পূৰ্বাঞ্চলক ভাৰতৰ সৈতে সংযুক্ত কৰি ৰাখিছে যিটো এতিয়া বড়ো অঞ্চলৰ অন্তৰ্গত ৷ এতিয়া বিটিআৰ হৈ পৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ ৷ য’ত দক্ষিণ পূৱ এছিয়ালৈ পোৱাৰ বাবে পৰিকল্পনা যদি ফলপ্ৰসূ হয় তেন্তে অধিক গুৰুত্বপূৰ্ণ হ’ব ইয়াৰ শান্তি আৰু স্থিতিশীলতা ৷

বিটিআৰ হৈছে এক সংবেদনশীল স্থান ৷ কিয়নো ইয়াৰ সীমান্তবৰ্তী অঞ্চলটো বিদেশী সীমান্তৰে আগুৰি আছে ৷ ইয়াৰ উত্তৰ দিশত ভূটান থকাৰ বিপৰীতে দক্ষিণত আছে বাংলাদেশ ৷ ইপিনে বাংলাদেশৰ প্ৰব্ৰজনৰ দিশটোৰে চালে চিকেন নেক হৈছে এক অতি স্পৰ্শকাতৰ অঞ্চল ৷ কোচবিহাৰৰ বহু স্থানত সন্দেহজনক নাগৰিকৰ গোট ভৰি আছে ৷ যিটোৱে দেশৰ বিভিন্ন স্থানত সিচঁৰিত হৈ আছে ৷ বিগত দুটা দশকত বড়ো সংগঠনে শাসকীয় পক্ষৰ সৈতে সংযুক্ত কৰাৰ চেষ্টা চলাই আছিল ৷ এই ক্ষেত্ৰীয় অঞ্চলটোৰ বাবে এইটো এটা বিশেষ পদক্ষেপ য’ত অসম বিধানসভাৰ 126 খন আসনৰ 16 খন আছে BTR ত ৷ বিশেষভাৱে ক’বলৈ গ’লে দৈনন্দিন পৰিক্ৰমাত বিটিআৰত পৃথক ৰাজনৈতিক ধাৰা উত্থাপন কৰিছে ৷ বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী, কেন্দ্ৰীয় চৰকাৰ বিৰোধ বিষয়বস্তুটোৰ সময়ত ৷

এই চুক্তিয়ে সন্ত্ৰাসবাদী সমাপ্ত কৰাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ বুলি ক’ব পাৰি ৷ কাৰণ বড়ো আন্দোলনৰ সময়ত 4000 লোকে প্ৰাণ হেৰুৱালগীয়া হৈছিল ৷ কিন্তু প্ৰকৃততে এইয়া সম্ভৱ হ’ব নে ?

অৱশ্যে কিছু বিষয়বস্তু এতিয়াও অধিক গুৰুত্বপূৰ্ণ ৷ কাৰণ বিটিআৰত এতিয়া ৰাজনৈতিক ভাৱে বড়োসকলে আধিপত্য স্থাপন কৰিব পাৰে ৷ অসমীয়া ভাষিক, আদিবাসী চাহ সম্প্ৰদায় জনজাতি সহ বহু অবড়ো লোকৰ এক সংখ্যা গৰিষ্ঠ লোক অন্তৰ্ভূক্ত হৈ আছো BTRত ৷ সেয়ে যদিহে বড়ো সকলে অবড়ো সকলৰ সৈতে ঐক্যবদ্ধ ভাৱে অগ্ৰসৰ নহয় তেন্তে পৰৱৰ্তী সময়ত সংঘৰ্ষ হোৱাটো নিশ্চিত ৷

- সংঞ্জীৱ কুমাৰ বৰুৱা ৷



---------- Forwarded message ---------
From: Mrinal Das <mrinaldas99@gmail.com>
Date: Thu, Jan 30, 2020 at 9:34 AM
Subject: Fwd: Bodo Accord will strengthen Centre, weaken Assam
To: <mrinal.das@etvbharat.com>



---------- Forwarded message ---------
From: Sanjib Baruah <sanjib.baruah@etvbharat.com>
Date: Wed, 29 Jan 2020, 8:25 pm
Subject: Fwd: Bodo Accord will strengthen Centre, weaken Assam
To: <mrinaldas99@gmail.com>




---------- Forwarded message ---------
From: Sanjib Baruah <sanjib.baruah@etvbharat.com>
Date: Wed, Jan 29, 2020 at 8:24 PM
Subject: Bodo Accord will strengthen Centre, weaken Assam
To: Rakesh Tripathi <rakesh.tripathi@etvbharat.com>, Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, English Desk <englishdesk@etvbharat.com>, Verghese P <verghese.p@etvbharat.com>
Cc: <sankubarht@gmail.com>



*** PL FIND ATTACHED PTI PIX

 ****************************************** 

Bodo Accord will strengthen Centre, weaken Assam

Sanjib Kr Baruah // NEW DELHI

While there was a lot of focus on the Naga accord or even the pact with the ULFA, the Centre has sprung a surprise by inking an accord with the Bodos on Monday (January 27, 2020) where the Union government, Assam government and an inclusive pool of Bodo leaders were signatories.

It is yet another step that will strengthen the unitary bias the Indian political system has against the extant federal structure.

While it may well be argued that power has been transferred to the grassroots, it has been done so at the cost of the state and to the gain of the Centre. In other words, it is the Centre that has gained a much stronger linkage by bypassing the state and creating a much direct linkage with the grassroots.

A tripartite mechanism comprising a Cabinet-ranked state minister, the chief executive of Bodoland Autonomous Council (BAC) and a Union home ministry representative will oversee all activities in the Bodoland Territorial Region. This body will meet at least twice a year and for all practical purposes, be the arbitrator of fate for the Bodo region.

If the provisions are to be looked at closely, Bodos, justifiably and deservedly so, will gain more executive, legislative, administrative and financial powers than ever before. On the other hand, the state, besides being subjected to an ‘economic shock’ because of loss of revenue-earning sources, will have to yield much more space than ever before to the Centre.

It has to be remembered that the latest accord is the third in a series, each one progressively a step forward towards delegation of greater autonomy. The first accord with the All Bodo Students Union (ABSU) in 1993 led to the creation of the Bodoland Autonomous Council (BAC). The second in 2003, inked with the Bodo Liberation Tigers (BLT) led to BTC (Bodoland Territorial Region) with much larger powers than the BAC.

Monday’s accord will see a greater region formed by adding contiguous Bodo-dominated areas that will be called the Bodoland Territorial Region (BTR). The new entity will have much more executive, legislative, administrative and financial powers at its behest than ever before including the crucial say in transfers and postings of government officials in the BTR.

The next logical step—demand for statehood may not now be forthcoming. A top Bodo leader Gobinda Basumatary, and one of the signatories to the latest accord, said: “We are satisfied with what has been offered. The new model is almost equivalent to being offered a separate state…We do not think the creation of a new state in necessary now.”

What may have motivated the Centre’s thinking?

In pursuance of its Act East Policy (AEP), that aims at game-changing economic and political relationships with Southeast Asian countries by emphasizing on cultural ties and affinities with Northeast India, the government knows it has to stabilize the narrow land corridor beyond the 22-km-wide Chicken’s Neck land corridor linking the mainland with Northeast India. That is exactly the region the Bodos inhabit.

In that sense, BTR would be the ‘Gateway to the Northeast’ where peace and stability are of paramount importance if plans to reach out to Southeast Asia are to bear fruition.

BTR is located at a very sensitive junction where it is surrounded by foreign countries. A few km north lies Bhutan and towards the South lies Bangladesh.

The Chicken’s Neck itself is a very sensitive zone as far as illegal immigration from Bangladesh is concerned. Places like Koch Bihar are known to be hubs of suspect immigrants from where they spread elsewhere in the country.

For the last two decades, the Bodo outfits have shown a propensity to align themselves with the ruling party. It is a significant feature for a region that has 16 legislative assembly seats in the 126-member Assam state assembly. There is no reason really as to why this trend should not continue.

So a greater say by the Centre in the day-to-day affairs of BTR would have its own political dividends, particularly in the backdrop of anti-Centre rage on the issue of the anti-Citizenship Amendment Act (anti-CAA).

The accord should therefore imply the end of militancy in the region that has seen about 4,000 deaths related to the Bodo movement. But will it?

Certain issues remain. While Bodos may dominate politically in BTR, the population size of non-Bodo people including Assamese-speaking and adivasi tea community tribes is substantially big and it is they who dominate in numbers in many areas inside the BTR. Therefore, if Bodos cannot carry along non-Bodos with them, the seed for future conflict and problems is obvious.  (END)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.